cl today

cl today Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from cl today, Media/News Company, Rangia.

15/07/2026

*ৰঙিয়াৰ ২ নং ৱাৰ্ডত মুকলি চুপাৰ গ্ল' ৱাচিঙ চেন্টাৰ।*

অত্যাধুনিক যন্ত্ৰ পাতিৰে সমৃদ্ধ এই চুপাৰ গ্ল' ৱাচিঙ চেন্টাৰ আজিৰে পৰা ৰাইজৰ সেৱাৰ্থে মুকলি কৰা হয়।

14/07/2026

কবিৰ আনুভৱে যেন ৰঙিয়াত প্ৰতি ফলিত হল নেকি?আমি মানুহ হৈ আছো নে বাৰু?মই মানুহ নেকি বাৰু?

14/07/2026
14/07/2026

হস্পিতালত থকা মাতৃৰ বাবে ঘৰলৈ খাদ্য নিবলৈ অহা এজন লোকক হ ত্যাৰ অপচেষ্টা। চিচি টিভি কেমেৰাত বন্দি ভয়ংকৰ আক্ৰমনৰ দৃশ্য, সামান্য কথাতে এজন মানুহ কিমান নিৰ্দয়ী হ'ব পাৰে?ৰঙিয়াত ড্ৰাগছ আসক্ত যুৱকৰ নিশা ভয়ংকৰ কাণ্ড।

ভবেন দাস নামৰ দুৰ্বৃত্তৰ সন্ত্ৰাস ৰঙিয়াৰ ৰাজপথত।

সামান্য কথাতে এগৰাকী পথচাৰীক চুৰিৰে হানি প্ৰাণে মৰাৰ চেষ্টা।

মুমুৰ্ষ অৱস্থাত চিকিৎসাধীন বিচু দাস।
ৰঙিৰাৰ নগৰৰ মাজমজিয়াত সংঘটিত এই ঘটনা।

13/07/2026

ৰঙিয়াৰ ভাৰত ভূটান পথৰ তুলসীবাৰীত পথ দুৰ্ঘটনা।নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা।
ভূটান দিশৰ পৰা ৰঙিয়া অভিমুখী তীব্ৰবেগী বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড খুন্দা।
তুলসীবাৰী এপ'ল চ'কত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয়
AS 01D 6618 চাৰিচকীয়া বাহনখনৰ
চালক সহ আন তিনিজন আৰোহী।
ইতিমধ্যে ঘটনা স্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা গ্ৰস্ত বাহনখনো উদ্ধাৰ কৰে।

13/07/2026

সৃষ্টিশীল নূপুৰ ডাঞ্চ একেডেমীৰ উদ্যোগত ১২জুলাইৰ পৰা ২০জুলাইলৈ মধ্যপাণ্ডুৰী উচ্ছতৰ মাধ্যমিক বিদ্যলয়ত ৭ দিনিয়া নৃত্য কৰ্মশালা

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when cl today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share