Axom Newsx

Axom Newsx News

22/05/2026

জীবন সংগ্ৰাম।।।

21/05/2026

✍️দোতমাত মুছলমান যুৱকে হিন্দু কিশোৰীৰ শৰীৰত হাত দি ধৰা পৰে

শাৰীৰিক সম্পৰ্কও স্থাপন কৰিছিল হিন্দু কিশোৰীজনীৰ সৈতে ।

ঘটনাটোৰ উচিত তদন্তৰ দাবী আক্ৰাছুৰ ।



20/05/2026

ঈদ উল আজহা ও কোৰবাণী সম্পৰ্কে কি কলে NEMSU ৰ সভাপতি বদৰুল ইছলামে।।।।



20/05/2026

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী ৰ ভিডিও সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

18/05/2026

ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োৰ বিষয়ে কি কলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।।







18/05/2026

সদ্যঘোষিত CBSE উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্বলিল হাজো ফকিৰটোলা গাওঁৰ মেধাবী ছাত্ৰ মাৰুফ হুছেইন।

৯৬% নম্বৰৰে উজ্বলিল মেধাবী ছাত্ৰ মাৰুফ হুছেইন।

হাজো ফকিৰটোলা গাওঁ নিবাসী পিতৃ নেকিবুল হুছেইন আৰু মাতৃ মফিদা বেগমৰ সুযোগ্য পুত্ৰ সন্তান মাৰুফ হুছেইনে সদ্যঘোষিত CBSE উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯৬% নম্বৰৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আজৰি সময়ত পঢ়ি ভাল পোৱা মাৰুফে ভৱিষ্যতে এগৰাকী সু চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে।


17/05/2026

ছানৰাইছ ইউথ ক্লাবৰ উদ্যোগত এইবাৰৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক উষ্ম আদৰণি আৰু আন্তৰিক সম্বৰ্ধনা জনোৱা হয়।





17/05/2026

হাজো উত্তৰণ সাহিত্য গোষ্ঠীৰ উদ্যোগত সাহিত্য সংস্কৃতি বিষয়ক ছমহীয়া আলোচনী "উত্তৰণ" উন্মোচনী সভা।



16/05/2026

মূল্যবৃদ্ধি সন্দৰ্ভত NEMSU ৰ সভাপতি বদৰুল ইছলাম ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া।



15/05/2026

✍️৫ নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখ আজি শ্ৰীৰামপুৰস্থিত কংগ্ৰেছ কাৰ্যালয়ত দলীয় কৰ্মী আৰু সমৰ্থকৰ সৈতে এক সৌজন্যমূলক মত বিনিময় সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত কৰ্মীসকলৰ সৈতে নিৰ্বাচনী অভিজ্ঞতা, জনসাধাৰণৰ আশা-আকাংক্ষা আৰু আগন্তুক দিনত সমষ্টিটোৰ উন্নয়নৰ বিভিন্ন বিষয়ত বিস্তৃত আলোচনা কৰে।
🌡️বিধায়ক গৰাকীয়ে কয় যে, জনসাধাৰণৰ বিশ্বাস আৰু সমৰ্থনৰ মৰ্যাদা ৰক্ষা কৰি সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁ সদায় নিষ্ঠাৰে কাম কৰি যাব। লগতে দলীয় কৰ্মীসকলক একতাবদ্ধ হৈ জনগণৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায়। সভাত কৰ্মীসকলেও বিভিন্ন সমস্যা আৰু পৰামৰ্শ বিধায়ক গৰাকীৰ আগত উত্থাপন কৰে আৰু আগন্তুক দিনত দলক অধিক শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰে।



📌২১মে'ৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব ১৬সংখ্যক বিধানসভাৰ প্ৰথমখন অধিবেশন।
15/05/2026

📌২১মে'ৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব ১৬সংখ্যক বিধানসভাৰ প্ৰথমখন অধিবেশন।

Address

Rangia
781354

Website

Alerts

Be the first to know and let us send you an email when Axom Newsx posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share