The Axom voice

The Axom voice জনতাৰ পক্ষত, অসমৰ কণ্ঠস্বৰ ।

08/09/2026

📌'No Regrets, No Apology।'
📌'তাইক শেষ কৰি বহুত ভাল লাগিছে।'
📌'মোৰ মাইকীটো শেষ কৰিলোৱেই, এইবাৰ জে'লৰ পৰা ওলাই আহি টাৰ্গেট চুগাৰ ডেডী।'

05/09/2026

কংগ্ৰেছৰে মিত্ৰতা কৰি ৰাইজৰ দলৰ কি লোকচান হ'ল?

03/09/2026

03/09/2026

গুৱাহাটীস্থিত ৰাজীৱ ভৱনত সংবাদমেল



03/09/2026

ভেঞ্চাৰ স্কুল বহুত বেছি থকাটো উচিত নহয়। লাহে লাহে আমি এইবোৰৰ পৰা আঁতৰি যাব লাগে। আইন অনুসৰি যোগ্য ভেঞ্চাৰ স্কুল হ'ব প্ৰাদেশিকীকৰণ': মুখ্যমন্ত্রী

29/08/2026

কিয় এবছৰেও সম্পূর্ণ নহ'ল জুবিনক্ষেত্ৰৰ কাম-কাজ? - অখিল গগৈ

27/08/2026

পাঠশালাত ই ৰিক্সাৰ বেটাৰি চোৰ আটক।

বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ দেহাৱসান
27/08/2026

বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ দেহাৱসান

24/08/2026

📌 বঙাইগাঁওত বিধায়ক ময়ুৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল!
📌 ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদিকা মমী ৰায় চৌধুৰীয়ে দাখিল কৰিলে এই এজাহাৰ।
📌 ময়ুৰ বৰগোহাঁইয়ে নিজকে হিংসাৰ পথত বিশ্বাসী বুলি বিতৰ্কিত মন্তব্য কৰিছিল।
📌 তাৰ পাছতেই ৰাজ‍্যজুৰি ব‍্যাপক প্ৰতিক্ৰিয়া!


23/08/2026

কৃষক ৰাইজৰ পঞ্জীয়ন তথা প্ৰতিগৰাকী কৃষকক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য আগত মাননীয় শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন আমাৰ অসম চৰকাৰে ধাৰাবাহিকভাৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে। কৃষকৰ কল্যাণৰ স্বাৰ্থত অহৰ্নিশে বিভিন্ন জনমুখী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰীশিৱৰাজ সিং চৌহান ডাঙৰীয়াকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ : পিযুজ হাজৰিকা


Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when The Axom voice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share