It's me Asmita mainu M.D

It's me Asmita mainu M.D Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from It's me Asmita mainu M.D, Digital creator, Rangia.

নিজৰ বাহুত দম থাকিলেহে সাতুৰিব লাগে,,,আনৰ ভৰসাত সাতুৰিবলৈ হ'লে পাৰ পোৱাতকৈ ডুবাৰ চিন্তা বেছি থাকে..😊😊Right?? সকলো বন্ধু বান্ধৱী লৈ মোৰ পেজটোলৈ স্বাগতম পেজটো ফলো কৰি দিব বুলি আশা কৰিলোঁ 🙌🥀

Dhun🥰🙌
28/06/2025

Dhun🥰🙌

🙌👇
25/06/2025

🙌👇

২৫ বছৰ পাৰহৈ যোৱাৰ পিছতো অবিবাহিত ছোৱালীজনীয়ে জানে যে তাই ঘৰত থকাটো  কিমানখিনি অশান্তিকৰ|অধ্যয়ন সম্পূৰ্ণ কৰিও নিবনুৱা ...
25/06/2025

২৫ বছৰ পাৰহৈ যোৱাৰ পিছতো অবিবাহিত ছোৱালীজনীয়ে জানে যে তাই ঘৰত থকাটো কিমানখিনি অশান্তিকৰ|

অধ্যয়ন সম্পূৰ্ণ কৰিও নিবনুৱা হৈ থকা ল'ৰা জনেহে জানে নিবনুৱা হৈ থকাটো কিমানখিনি অশান্তিকৰ |

পিতৃহীন সন্তানে জানে যে আত্মীয়সকল আচলতে তেওঁলোকৰ নিজৰ নহয়।

মাকক হেৰুওৱা ল'ৰা ছোৱালীবোৰে জানে যে মামাৰঘৰ তেওঁলোকৰ বাবে নহয়।

যৌতুক নোলোৱাকৈ শহুৰেকৰ ঘৰত ভৰি দিয়া ছোৱালীজনীয়ে জানে মানুহে কিমান কথা পাতিব পাৰে।

নিবনুৱা ল'ৰা জানে যে ধন অবিহনে কোনেও প্ৰেমক মূল্য নিদিয়ে |

ক'লা ছোৱালীজনীয়ে জানে যেতিয়া তাইৰ গুণৰ কথা যিমানেই নকওক কিয় সকলোৰে শেষত এটা কিন্তু আহি পৰে |

বিবাহ বিচ্ছেদহোৱা মহিলা জনীয়েহে জানে যে সমষ্ট দোষ কলংক তাইৰ ওপৰত |

সুস্থ মানুহে ভাবে যে এই পৃথিৱীৰ কোনোবা এজন তেওঁৰ নিজৰ।

কিন্তু পাগলহে জানে যে এইখন পৃথিৱীত কোনো কাৰো নিজৰ নহয় |



✍️ #সংগৃহীত Epsita haloi page 🙌🙏 Like comment share Follow 🙏

21/06/2025

এই পৃথিৱীত আমি কোনে কিমানদিন জীয়াই থাকিম সেইটো গুৰুত্ত্বপূৰ্ণ বিষয় নহয়, গুৰুত্বপূৰ্ণ বিষয় হৈছে, মানুহৰ মনত আমি কোনে কিমানদিন জীয়াই থাকিম। Good night all friends 🙏

@ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।
19/06/2025

@ৰূপ বেয়া হলেও তাক সুন্দৰ চৰিত্ৰৰে ঢাকি ৰাখিব পাৰি , কিন্তু চৰিত্ৰ বেয়া হলে তাক সুন্দৰ ৰূপেৰে ঢাকি ৰাখিব নোৱাৰি ।

ৰাশিফল 🌞১৮জুন বুধবাৰ
18/06/2025

ৰাশিফল 🌞১৮জুন বুধবাৰ

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when It's me Asmita mainu M.D posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share