Axom

Axom joi aai Axom Northeast

অসমৰ সংস্কৃতিৰ জীৱন্ত কিংবদন্তি, আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ওপৰত হোৱা শোষণ কোনোভাবেই স্বীকাৰযোগ্য নহয়। তেওঁৰ সংগীতে, তেওঁৰ ...
15/10/2025

অসমৰ সংস্কৃতিৰ জীৱন্ত কিংবদন্তি, আমাৰ প্ৰিয় জুবিন গাৰ্গৰ ওপৰত হোৱা শোষণ কোনোভাবেই স্বীকাৰযোগ্য নহয়। তেওঁৰ সংগীতে, তেওঁৰ কণ্ঠই আমাক আনন্দ দিছে, আমাক একতাবদ্ধ কৰিছে। এতিয়া, আমাৰ কৰ্তব্য হ’ল তেওঁৰ পক্ষে থিয় দিয়া।

আমি সকলোৱে জানে যে কোনো বিচাৰৰ আটাইতকৈ প্ৰয়োজনীয় অংগ হ’ল নিৰপেক্ষতা। জুবিন দাও সেই একে নিৰপেক্ষতাৰ অধিকাৰী। তেওঁৰ বিৰুদ্ধে চৰ্চিত কথাবোৰ সত্য নে নহয়, সেইটো নিৰ্ণয় কৰাৰ দায়িত্ব আদালতৰ।

এজন গায়কৰ জীৱনত তেওঁৰ সকলোতকৈ প্ৰিয় বস্তুটো হৈছে সংগীত ৰেকৰ্ডিং কৰা মাইকটো । জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ আৰু শেখৰ মিলি জুবিন দাক যেনে ধৰণে পাঁচ লাখ টকীয়া বস্তু এটা ষোল্ল লাখ টকাৰ বিল বনাই পইচা খাইছিল তেনে কৰ্মৰ ফল সিহঁতে ভোগ কৰিব লাগিব।

এয়া কেৱল জুবিন দাৰ ব্যক্তিগত বিষয় নহয়, এয়া আমাৰ সমাজৰ ন্যায়-অন্যায়ৰ ধাৰণাৰ লগত জড়িত বিষয়। আমি ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখো, আমি আশা কৰোঁ যে সত্যি সত্যি কি হৈছে সেইটো ওলাই পৰিব আৰু জুবিন দাক ন্যায় প্ৰদান কৰিব।

দয়া কৰি এই বার্তাটো শেয়াৰ কৰক। জুবিন দাৰ বাবে ন্যায় বিচাৰি আমাৰ মাতটো শুনাক।


15/10/2025

Address


Alerts

Be the first to know and let us send you an email when Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom:

  • Want your business to be the top-listed Media Company?

Share