Assamese vauna

Assamese vauna প্ৰথমতেই সকলাোলৈকে মোৰ এই page টো লৈ আদৰণি জনাইছোঁ সকলোৱে যাতে like comment share follow কৰে

03/07/2024

वह आप सभी में सबसे अच्छे डॉक्टर हैं।'

পত্নীক কিমান ভাল পালে মানুহে নিজক শেষ কৰি দিব পাৰে....জটিল ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে ছাৰ্ভিচ পিষ্ট...
19/06/2024

পত্নীক কিমান ভাল পালে মানুহে নিজক শেষ কৰি দিব পাৰে....জটিল ৰোগত আক্ৰান্ত পত্নীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই চৰম পন্থা IPS শিলদিত্য চেতিয়াৰ। পত্নীৰ মৃত্যুৰ খবৰ যেন তেওঁ মানি লব পৰা নাছিল। ইমান সাহসী হোৱাৰ পিছতো সেই খবৰটো যেন সহ্য কৰিব পৰা নাছিল, কাৰণ দীৰ্ঘদিন চিকিৎসাধীন হৈ থকা পত্নী সুস্থ হব বুলি বহু আশা কৰিছিল বিষয়াগৰাকীয়ে।কিন্ত নিয়তিৰ ওচৰত হাৰ মানিলে তেওঁৰ পত্নীয়ে,তাৰ কিছু সময়ৰ পিছতেই চৰম সিদ্ধান্ত বাচি ললে বিষয়াগৰাকীয়ে। ৰাজ্য চৰকাৰৰ গৃহ সচিবৰ দৰে এটা ডাঙৰ পদবীত থকা IPS শিলাদিত্য চেতিয়াৰ মৃত্যুত মৰ্মাহত হৈছো। কিমান কষ্ট পালে মানুহে এনে সিদ্ধান্ত লব পাৰে?তেওঁৰ মৃত্যুৰ খবৰটোৱে বৰ দুখ দিলে।

27/05/2024

কে কে মোহনৰ জমনি 🤣।।


19/05/2024

ডাঙৰীয়া আহিছে আঁতৰি দিয়ক DJ REMIX song😅😆 Assamesesong #ডাঙৰীয়াআহিছে

বিষ্ণু: হিমাংশু গগৈ ।।  ।। #ভাওনা
19/05/2024

বিষ্ণু: হিমাংশু গগৈ ।। ।। #ভাওনা

🎉 Facebook recognized me as a consistent reels creator this week!
14/05/2024

🎉 Facebook recognized me as a consistent reels creator this week!

16/03/2024

বিয়লিৰ বৃন্দাবন খণ্ড -৫৯।।

আপত্তি নাই, দুখ নকৰো  যি পাইছো তাতেই সুখী☺️,কোনোবাইতো এই খিনিও পোৱা নাই🥺🕊️।।
18/02/2024

আপত্তি নাই, দুখ নকৰো যি পাইছো তাতেই সুখী☺️,কোনোবাইতো এই খিনিও পোৱা নাই🥺🕊️।।

01/02/2024

দৈসু্্য ৰত্নাকৰৰ প্ৰবেশ ।। নাট:( দৈসু্্য ৰত্নাকৰৰ মুক্তি লাভ) ।। youtube link 👇 https://youtu.be/aRSnKs-AGuE?si=YWSj7da3udDVHhVN #ভাওনা

31/01/2024

মহাদেৱৰ প্ৰবেশ 🔱,নাট:( দৈসু্্য ৰত্নাকৰৰ মুক্তি লাভ)।। উদয়ন ভাওনা দল (যোৰহাট)।। #ভাওনা

#শিৱৰপ্ৰবেশ #শিৱবাবা

Address

Sibsagar

Alerts

Be the first to know and let us send you an email when Assamese vauna posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category