glow sope

glow sope selling of product

08/05/2024

বোৱাৰী গৰাকী নাম পংখী সন্দিকৈ । বয়স ২২ বছৰ । নিতাই পুখুৰী খেতিয়াক ভৈৰৱ সন্দিকৈ উচ্চ শিক্ষিতা জীয়াৰী আছিল তাই । ৭ মাহৰ আগ...
05/05/2024

বোৱাৰী গৰাকী নাম পংখী সন্দিকৈ । বয়স ২২ বছৰ । নিতাই পুখুৰী খেতিয়াক ভৈৰৱ সন্দিকৈ উচ্চ শিক্ষিতা জীয়াৰী আছিল তাই । ৭ মাহৰ আগতে হাপেখাটি কঠিয়া তলি শিক্ষক নীতিশ দাসৰ লগত বিয়া হৈছিল। এই নীতিশ দাস এজন নাম থকা সংগীত শিল্পীৰ লগত প্ৰগেম কৰে বুলিও খৱৰ পাইছোঁ। যোৱা ৩ তাৰিখে ৰাতি তাইক সি হত্যা কৰি আত্ম হত্যা এখন নাটক ৰচিলে তেওঁ । মৃত দেহত মুখেৰে তেজ উলাই আছিল। বিয়াৰ দিনা কন্যা নিবলৈ আহোতে বৰ যাত্ৰীৰ লগত অহা বন্ধু কেইজন মানে তাক কৈছিল বুলে ইমান দুখীয়া ঘৰৰ ছোৱালী কিয় বিয়া পাতিলি বুলি। আনকি সেই বন্ধু কেইজনে বিয়াৰ ভাত নোখোৱাকৈয়ে গোছি গৈছিল। বিয়াৰ পাছত কোনোবা ছোৱালীয়ে ফোন কৰি নীতিশৰ লগত তাইৰ ভাল পোৱা আছিল বুলিও কৈছিল। শেষত ছোৱালী জনিক হত্যা কৰিলে এজন শিক্ষক ৰূপী দানবে। সকলোৱে তাক চিনি থব লাগে । মৰমৰ জীয়েকৰ বিয়াত খৰচ হোৱা টকা ধাৰ মাৰি শেষ কৰিব নোৱাৰা আগতে জীয়াৰী গৰাকীকে মাৰি পেলালে । পংখীৰ আত্মায়ে শান্তি পাওক । দোষী যাতে আইনৰ সুৰুঙাৰে হাৰি নাযায় । বন্ধু মুকুল ফুকনৰ প্ৰতিবেদন পৰা লোৱা হ'ল ।

আপুনি যদি মনত ভাৱি থোৱা কাম আজিলৈকে সিদ্ধি হোৱা নাই তেন্তুে এবাৰ মনৰ পৰা শ্বেয়াৰ কৰক। কৃষ্ণ🙏🙏
03/05/2024

আপুনি যদি মনত ভাৱি থোৱা কাম আজিলৈকে সিদ্ধি হোৱা নাই তেন্তুে এবাৰ মনৰ পৰা শ্বেয়াৰ কৰক। কৃষ্ণ🙏🙏

01/05/2024
কি ফুল হয় বাৰু?
30/04/2024

কি ফুল হয় বাৰু?

Just funny 😁
29/04/2024

Just funny 😁

Good morning
07/02/2024

Good morning



Address

Sibsagar
785640

Alerts

Be the first to know and let us send you an email when glow sope posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share