27/07/2026
মোৰ লগৰ হয় তাই।।জাঁজী নৈৰ বলিয়া বানে তাইৰ সকলো লৈ গল ঔ 😭 এতিয়া থাকিবলৈ ঠাই অকনমানৰো অভাৱ , খাবলৈ ভাল পানি এটুপিও নাই কোনোবাই যদি বিচাৰে সহায় কৰিব পাৰে দেই নিজৰ সামৰ্থ অনুযায়ী ❤️।। আমগুৰিৰ দেওবৰীয়া বজাৰৰ একেবাৰে ওচৰতে তাইৰ ঘৰ আছিল।।🙏🙏