
31/12/2024
মোৰ ফালৰ পৰা মোৰ মৰমৰ বন্ধু – বান্ধৱী, তথা জেষ্ঠ আৰু কণিষ্ঠ সকললৈ
ইংৰাজী লেখেৰে বছৰৰ প্ৰথম দিনটো ৰ অলেখ শুভকামনা থাকিল।
আপোনালোকৰ আহিবলগীয়া দিনবোৰ অধিক সুন্দৰ হওক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক নৱবৰ্ষটোৱে।
শুভ নৱবৰ্ষ ২০২৫ ❤️✨
Panchanan Borah
পঞ্চানন বড়া