NE India 24

NE India 24 শুদ্ধ আৰু নিৰপেক্ষ বাতৰি সদায় আপোনাৰ কাষত ।

20/06/2025

হাটীপতি উচ্চ মাধ্যমিক বিদ্যালয়ত গেলেকী শাখা সাহিত্য সভাৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন.

20/06/2025

এজাক বৰষুণ আহিলেই ঘোৰ অমানিশা নামি আহে এখন গাঁ‌ৱলৈ। পানীত
ডুব যায় ঘৰ দুৱাৰ,বাটপথ
এক যন্ত্ৰণাদায়ক জীৱন অতিবাহিত ৰাইজৰ।

১৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা গেলেকী চাংমাই গাঁ‌ৱৰ ব্যক্তিজনৰ বৃহস্পতিবাৰে সন্ধান ওলাল আঠখেল চাহ বাগিছাত।১৫ জুনৰ পৰা নিৰু...
19/06/2025

১৫ জুনৰ পৰা নিৰুদ্দেশ হৈ থকা গেলেকী চাংমাই গাঁ‌ৱৰ ব্যক্তিজনৰ বৃহস্পতিবাৰে সন্ধান ওলাল আঠখেল চাহ বাগিছাত।১৫ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল গেলেকী চাংমাই গাঁ‌ৱৰ কমল শেনচোৱা নামৰ ব্যক্তিজন।অৱশেষত নিৰুদ্দেশ ব্যক্তিজনৰ বৃহস্পতিবাৰে পুৱা প্ৰায় দহ মান বজাত সন্ধান ওলাল আঠখেল চাহবাগিছাত ।পৰিয়ালৰ লোকে খবৰ পাই ব্যক্তিজনক বাগিছাৰ পৰা উদ্ধাৰ কৰি গৃহলৈ লৈ আহে।ব্যক্তিজন অসুস্থ অৱস্থাতেই আছিল বুলি জানিব পৰা গৈছে।

গেলেকী চাংমাই গাঁৱৰ কমল শেনচোৱা নামৰ ব্যক্তিয় যন নিৰুদ্দেশ।  ১৫ জুন তাৰিখে ৰাতিপুৱা নিজ গৃহ  পৰা  নিৰুদ্দেশ ।গেলেকী আৰক্...
17/06/2025

গেলেকী চাংমাই গাঁৱৰ কমল শেনচোৱা নামৰ ব্যক্তিয় যন নিৰুদ্দেশ।

১৫ জুন তাৰিখে ৰাতিপুৱা নিজ গৃহ পৰা নিৰুদ্দেশ ।

গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত চাংমাই গাঁৱৰ কমল শেনচোৱা ৬০ বছৰীয়া ব্যক্তিয় যন নিৰুদ্দেশ হোৱা ঘটনাই হাহাঁকাৰ বিৰাজ কৰিছে অসহায় পৰিয়ালটোত ।

উল্লেখ্য যে, কমল শেনচোৱা গাৰ বৰণ মাগুবৰনীয়া ওখ আনুমানিক ৫ ফুট, ৩ ইনচি পিন্ধনত নিলা ৰঙৰ চেক চাত আৰু নিলা ৰং ৰ লংপেন পিন্ধ্ৰি আছে পৰিয়ালৰ লোকে জানিবলৈ দিয়ে

এতিয়ালৈকে কমল শেনচোৱা কোনো সন্ধান নোপোৱাত গেলেকী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে

যদি কোনো ব্যক্তিয়ে দেখা পায় তেন্তে স্ক্ৰীনত দিয়া ৯৩৬৫১৮৭৭২৬/৮০১১৬৬৮১২৮
ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ ভাৱে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে

16/06/2025

দুজনীয়া শিক্ষকেৰে মেজেঙা বনুৱা প্ৰাথমিক বিদ্যালয়ত চলিছে ৬ টাকৈ শ্ৰেণীত পাঠদান, শৈক্ষিক দিশত সৃষ্টি হৈছে জটিল সমস্যাৰ ।

13/06/2025

ধুবুৰীত গো-মাংস ব্যৱসায়ৰ এটা নতুন চক্ৰ গঢ় লৈ উঠিছে, যিয়ে এইবাৰ ঈদৰ সময়ত হাজাৰ হাজাৰ গৰু ক্ৰয় কৰিছিল। আমি এই চক্ৰটিৰ বিষয়ে তদন্ত কৰি আছোঁ৷ অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ব৷

12/06/2025

শিৱসাগৰৰ ভটীয়াপাৰৰ অ' এন জি চিৰ ৰীগত ভয়ংকৰ বি*স্ফোৰণ। ৰূদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নং ৰীগত এই বিস্ফোৰণ। ৰীগৰ পৰা অহৰত তীব্ৰ শব্দৰে নিৰ্গত হৈছে প্ৰাকৃতিক গেছ

10/06/2025

ঘৰতেই জটিল ৰূগত আক্ৰান্ত হৈ পৰি আছে এজন তেজাল ডেকা।এবছৰ ধৰি জটিল ৰূগত আক্ৰান্ত হৈ আছে এইজন যুৱক।।


পিছে এই যুৱক জনক চিকিৎসা কৰিও সুস্থ কৰি তুলিব পৰা নাই।কাৰণ এই যুৱকজনৰ পৰিয়ালটো আৰ্থিকভাৱে দুৰ্ব্বল।দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা যুৱক জনৰ জীৱনলৈ হঠাৎ নামি আহিল ঘোৰ অমানিশা।যুৱক জনৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট ধনৰ।

কোনো সদাশয় ব্যক্তিয়ে যদি এইজন যুৱকৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায় আগবঢ়াব বিচাৰিলে 9864920465 এই নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব।

06/06/2025

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ ২০ দিনৰ সময়সীমা বান্ধি দিলে অসমীয়া যুৱ মঞ্চৰ প্ৰাঞ্জল হাজৰিকাই।অন্যথা জংগী আন্দোলনৰ হুংকাৰ।

05/06/2025

আজি বিশ্ব পৰিৱেশ দিবসৰ আজিৰ দিনটোত গেলেকী জ্যোতি মাৰ্গ বে চৰকাৰী সংসস্থাৰ ওদ্যোগত আৰু দলৌবাৰী গাওঁ সহজোগত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ পিয়লি ফুখন দ'ল প্ৰঙ্গনত ৰোপণ কৰা সয় গছ পুলি ।
মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ কার্যবাহী সদস্য ডিম্বেশ্বৰ মৰান আৰু দলৌবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে সহকাৰী শিক্ষয়িত্ৰী আদিকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

05/06/2025

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত আজি ডায়েলিচিচ চেণ্টাৰত প্ৰথম গৰাকী বৃক্ক ৰোগীৰ পৰীক্ষামূলক হিম'ডায়েলিচিচৰ শুভাৰম্ভ কৰা হয়।সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিলে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কুকিল কুমাৰ গগৈয়ে

05/06/2025

*গছ থাকিলেহে মানুহ থাকিব!

*গছ নাকাটিব,গছ ৰোপণ কৰক!

গছৰ গুৰিত পানী দিব
বিশ্ব পৰিৱেশ দিবসৰ আজিৰ দিনটোত গেলেকী কমলাবাৰী বনভোজ পৰিচালনা সমিতিৰ সহয‍োগত আৰু গাৰোপৱন যৌথ বন পৰিচালনা সমিতিৰ উদ্য‍োগত পালন কৰে‍ বিশ্ব পৰিবেশ দিবস!

Address


Telephone

+917637987479

Website

Alerts

Be the first to know and let us send you an email when NE India 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE India 24:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share