BARTA DAILY

BARTA DAILY Your voice our News

For Any Queries:- 9707931178/6003130072
Call/WhatsApp.
(2)

11/08/2026

♦️ডিমৌ বেতবাৰীৰ এডিঙিলৈকে পানী হোৱা মাঝি গাঁৱৰ এঘৰো মানুহে নাপালে চৰকাৰে আগবঢ়োৱা ১৫০০০ টকা।

11/08/2026

♦️বানাক্ৰান্ত মহিলা সকলক থ্ৰেডিং কৰাৰ ব্যৱস্থা কৰি দিলে মাহমৰা সমষ্টিৰ বিধায়ক সূৰুয দিহিঙ্গীয়াই।

11/08/2026

♦️অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা বঞ্চিত মহিলাসকলে টীয়কৰ কলিয়াপানী উন্নয়ন খণ্ডৰ চৌহদ ঘেৰাও কৰি সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি।

♦️ বিজেপি একাংশ নেতা পালিনেতাই তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ।

11/08/2026

♦️প্ৰায় ৩ সপ্তাহৰ পিছত নাৰায়ন ৰাম ভূঞাই নিৰ্মাণ কৰা নিজ ঘৰত থাকিব ৮০ বছৰীয়া আইতাৰ মুখত বিৰিঙিছে হাঁহি।


11/08/2026

♦️উজনিত অসমীয়া মহিলা বাংলাদেশীৰ ভৰিত পৰা ছবিখন দেখি মই কান্দিছোঁ ।


11/08/2026

♦️বৃহৎ জলপ্ৰলয়ৰ পাছতো উজনিত মহামাৰী নহ'ল।
♦️ স্বাস্থ্য বিভাগৰ পদক্ষেপৰ বাবেই কোনোধৰণৰ ৰোগ বিয়পি নপৰিল।

11/08/2026

♦️নতুনকৈ হোৱা মন্ত্ৰীজনৰ দৰমহা ১ লাখ , কিন্তু ৪৫ লাখৰ গাড়ী,তেওঁৰ ইনকামৰ উৎস কি?


11/08/2026

♦️লখিমপুৰত অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক লৈ প্ৰতিবাদ অব্যাহত ৰাখিছে লাচিত সেনাই।

11/08/2026

♦️উজনিৰ বানত ত্ৰাণকৰ্তাৰ ৰূপত শৃংখল চলিহা।

♦️বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিছে
শৃংখল চলিহাই

♦️বানাক্ৰান্তৰ সহায়ৰ বাবে দিন-ৰাতি একাকাৰ কৰিছে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।।

11/08/2026

♦️ মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত ভূপেন বৰাৰ বিৰুদ্ধে ,মহিলা আয়োগত চলি আছে গোচৰ !

এই সন্দৰ্ভত কি মন্তব্য দিলে মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাই?


Address

Sibsagar
785640

Telephone

8011183597

Website

Alerts

Be the first to know and let us send you an email when BARTA DAILY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BARTA DAILY:

Shortcuts

Share