HELLO অসম

  • Home
  • HELLO অসম

HELLO অসম সানমিহলি খবৰৰ সম্ভাৰ

11/07/2025

নামতিত সংগ্ৰামী সেনা অসমৰ নামতি আঞ্চলিক সমিতি গঠন।

10/07/2025

গায়ন গাঁ‌ৱত মাহজোৰা বৰগীত,নেগেৰা,যোৰা গাণিকা আৰু কেলিগোপাল অংকীয়া নাটৰ প্ৰশিক্ষণ কৰ্মশালা।

09/07/2025

নামতিত গঠন হোৱা অসমীয়া যুৱ মঞ্চৰ নামতি আঞ্চলিক সমিতিয়ে আজি ৰূপায়ণ কৰিলে প্ৰথম কাৰ্যসূচী।সম্বৰ্ধনা জ্ঞাপন কৰিলে নামতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক।

09/07/2025

বৰবাম চাহবাগিছাৰ চেপন লাইনৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীৰ সন্ধান ওলাল যোৰহাটত।

09/07/2025

৪ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে টিঙিৰীপাম অভয়পুৰীয়া গাঁ‌ৱৰ এগৰাকী ছাত্ৰী।

09/07/2025

নামতিআলি গাঁও পঞ্চায়তৰ নৱ-নিৰ্বাচিত সভাপতি আৰু উপ-সভাপতি মনোনীত।গৌতম দত্তক সভাপতি আৰু আৰতি ভূঞাক উপ সভাপতি হিচাপে মনোনীত।

05/07/2025

লখিমপুৰৰ টুটু(গুণগুণ চেতিয়া)ৰ সৈতে বিধায়ক অখিল গগৈৰ মোবাইল ফোনত বাৰ্তালাপ
চৰকাৰে তেওঁলোকৰ কণ জহা, বৰা, ক’লা ধান, আইজং আৰু টিটিপি ধানৰ কঠীয়া নষ্ট কৰিলে।

বিধায়ক অখিল গগৈক তেওঁলোকে চৰকাৰৰ কঠীয়া কোনোপধ‍্যে নলয় বুলি জনায়।

05/07/2025

বৰবাম চাহবাগিছাৰ চেপন লাইনৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী যুৱতী।সম্ভেদ পালে 7099837715 অথবা 9707805375 নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব।

30/06/2025

৭২০ নং খামুন অভয়পুৰীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হল বিদায় সম্বৰ্ধনা অনুষ্ঠান।

29/06/2025

মেজেঙা আঞ্চলিক শ্মশানঘাটত আজি হাতত লোৱ শ্ৰমদান কাৰ্যসূচীৰ সন্দৰ্ভত মেজেঙা ব্যৱসায়ী সন্থাৰ সম্পাদক ইফটাকুৰ ৰহমানৰ অনুভৱ।

29/06/2025

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে মেজেঙা ব্যৱসায়ী সন্থাই।মেজেঙা আঞ্চলিক শ্মশানঘাট আৰু মেজেঙা আঞ্চলিক কবৰস্থানত শ্ৰমদান কাৰ্যসূচী।

29/06/2025

বিধ্বস্ত ঐতিহাসিক ধোদৰ আলিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিলে বীৰ লাচিত সেনা অসমৰ নামতি আঞ্চলিক সমিতিয়ে।

Address


Telephone

+917086891966

Website

Alerts

Be the first to know and let us send you an email when HELLO অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to HELLO অসম:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share