Bhaskar Jyoti Gogoi

Bhaskar Jyoti Gogoi जय श्री राम 🚩जय हनुमान 🚩 11:11🧿

🔴 হিমাশ্ৰীৰ শইকীয়া আৰু অবয়ব ভূঞা পোডকাষ্টলৈ যোৱা সকল সাৱধান থাকক । 🔴 হিমাশ্ৰীৰ আৰু অবয়ব পোডকাষ্টত মানেই বেয়া দিনৰ আৰম্...
29/10/2025

🔴 হিমাশ্ৰীৰ শইকীয়া আৰু অবয়ব ভূঞা পোডকাষ্টলৈ যোৱা সকল সাৱধান থাকক ।
🔴 হিমাশ্ৰীৰ আৰু অবয়ব পোডকাষ্টত মানেই বেয়া দিনৰ আৰম্ভণি ! তেওঁলোকৰ অতিথি প্ৰায়বোৰ এতিয়া জেলৰ আলহী ।
🔴 হিমাশ্ৰীৰ শইকীয়া বিধ্বস্ত প্ৰশ্ন অ'মা ,কেনেকৈ?,কি মানে ? তোমাক কোনোবাই froze কৰিছে নেকি ? এইবোৰ …… etc etc
কিন্তু ব্যতিক্ৰম অবয়ব ভূঞা কেৱল হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ হাঃ …… আধা ঘণ্টা কাজু কেইটা ওলাই গোটেই পোডকাষ্টলৈ যোৱা সকলৰ কপালখন বেয়া কৰি পেলায়… 🧐

 #জুবিনদাৰ_নামত_প্ৰথমখন_নাটক_আছিল !🔴 Contant বিচাৰি ফুৰা থোপাটো ক'ত গ'ল ? 🔴 কিবা এটা কৰিব যেন লাগিছিল ইহঁতে লগলাগি..... ...
27/10/2025

#জুবিনদাৰ_নামত_প্ৰথমখন_নাটক_আছিল !

🔴 Contant বিচাৰি ফুৰা থোপাটো ক'ত গ'ল ?
🔴 কিবা এটা কৰিব যেন লাগিছিল ইহঁতে লগলাগি.....
🔴 বিডিঅ কেইখন মান বনাই থকাৰ পাছত এদিনো এই শক্তিটো একগোট হোৱা নেদেখিলো...

🔴 হিমাশ্ৰীৰ বৰা পোডকাষ্টলৈ যোৱা প্ৰায়বোৰ এতিয়া জেলৰ আলহী । 🔴 আৰম্ভনি চুমি বৰাৰ পৰা....🧐
27/10/2025

🔴 হিমাশ্ৰীৰ বৰা পোডকাষ্টলৈ যোৱা প্ৰায়বোৰ এতিয়া জেলৰ আলহী ।
🔴 আৰম্ভনি চুমি বৰাৰ পৰা....🧐

🔴 মাকৰ নামত ৰেচন কাৰ্ড নহল তাৰে খংত ভ্ৰম বকিলে নিলোৎপল চলিহাই। 🔴 কেইটামান followers থাকিলেই টেমাটোত মাল থকা নুবুজায় তাৰে...
26/10/2025

🔴 মাকৰ নামত ৰেচন কাৰ্ড নহল তাৰে খংত ভ্ৰম বকিলে নিলোৎপল চলিহাই।
🔴 কেইটামান followers থাকিলেই টেমাটোত মাল থকা নুবুজায় তাৰে প্ৰমান কৰিলে নিলোৎপল চলিহাই।

Social Media ত Viral হৈছে বিষপ্ৰভা আৰু সিদ্ধাৰ্থৰ প্ৰতিভা।
21/10/2025

Social Media ত Viral হৈছে বিষপ্ৰভা আৰু সিদ্ধাৰ্থৰ প্ৰতিভা।

হে দোস্তো….Dimpu Baruah
17/10/2025

হে দোস্তো….
Dimpu Baruah

16/10/2025

🔴 আজি আবেলিৰ পৰা নতুন আণ্ডাৰপেন্ট পিন্ধিব শ্যামকানুৱে।
🔴 শ্যামকানুলৈ পত্নীয়ে আজি লৈ গৈছিল তৰা ফুটুকীয়া নতুন "আণ্ডাৰপেন্ট"।
🔴 সিদ্ধাৰ্থৰ পৰা ভাৰালৈ লোৱা আণ্ডাৰপেন্ট পিন্ধি দিন পাৰ কৰিছিল শ্যামকানুৱে ।

  💔
15/10/2025

💔

15/10/2025

🔴 পুলিচৰ গুলীত গুৰুতৰভাৱে আহত বাক্সাৰ নিকাচী অঞ্চলৰ এজন জুবিন অনুৰাগী

Zubeen da হাতৰআখৰ
12/10/2025

Zubeen da হাতৰআখৰ

10/10/2025

🔴 জুবিন গাৰ্গৰ কেতিয়াও নেদেখা Video 💖

ৰাতিপুৱা ৰাতিপুৱা কি দেখিছো সেই ভগৱান🙏কোনোবা চিনি পায় নেকি please share কৰি দিব যিমান পাৰে।ঘৰৰ মানুহ যাতে খৱৰটো গম পায়😭😭...
10/10/2025

ৰাতিপুৱা ৰাতিপুৱা কি দেখিছো সেই ভগৱান🙏কোনোবা চিনি পায় নেকি please share কৰি দিব যিমান পাৰে।ঘৰৰ মানুহ যাতে খৱৰটো গম পায়😭😭 5ali kalita suwali kalita ,,Gainodi train bridge r kakhot kunubai mari thoise🥹🥹
Copypest
Elí M Sâìkíá

Address

Sibsagar

Alerts

Be the first to know and let us send you an email when Bhaskar Jyoti Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share