Anud Alimpika Gogoi

Anud Alimpika Gogoi �সৰু সৰু মুহূৰ্তবোৰেই জীৱনৰ সৌন্দৰ্য্য ��

17/08/2026

💚 সাহস আৰু আত্মবিশ্বাসেৰে সদায় আগুৱাই যোৱা।

🇮🇳💚"Anchoring "তাইৰ জীৱনৰ প্ৰথম অভিজ্ঞতা'কিছুদিন আগলৈকে মনে মনে থকা, বেলেগৰ সন্মুখত কথা কবলৈ  সংকোচ কৰা ছোৱালীজনী আজি স্...
17/08/2026

🇮🇳💚
"Anchoring "
তাইৰ জীৱনৰ প্ৰথম অভিজ্ঞতা'
কিছুদিন আগলৈকে মনে মনে থকা, বেলেগৰ সন্মুখত কথা কবলৈ সংকোচ কৰা ছোৱালীজনী আজি স্কুলৰ মঞ্চত থিয় হৈ সাহসেৰে কথা কব পাৰিছে।"Anchoring " কৰিব পাৰিছে।
ভয়ক জয় কৰি নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকিছে তাই। 🥰
সৰু সৰু খোজেৰেই এদিন ডাঙৰ সপোনবোৰ পূৰণ হয়।
Proud of you, my girl! ❤️✨

😊
15/08/2026

😊

18/05/2026

😍জেংবিহুৰ খানা




Good morning , বেটিয়ে তোলা ফটোকেইখন।জীৱ জন্তু খুউব প্ৰিয় তাইৰ।
14/05/2026

Good morning , বেটিয়ে তোলা ফটোকেইখন।
জীৱ জন্তু খুউব প্ৰিয় তাইৰ।




Address

Sivasagar Demow
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when Anud Alimpika Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share