BEST News Assam

BEST News Assam please like and follow

02/08/2026

’চৰকাৰী বান সাহায্য বিতৰণত অনিয়মৰ অভিযোগ অখিল গগৈৰ।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পৰিমাণত কৈ কম পৰিমাণৰ সামগ্ৰী বিতৰণৰ অভিযোগ

02/08/2026
02/08/2026

📌আজিৰে পৰা অসমত আনুষ্ঠানিকভাৱে আৰম্ভ লোকপিয়ল ২০২৭ৰ অনলাইন স্বগণনা। এতিয়া ঘৰত বহিয়েই অতি সহজে নিজৰ পৰিয়ালৰ তথ্য নিজেই পূৰণ কৰি অংশগ্ৰহণ কৰিব পাৰিব লোকপিয়লত। সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনালে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

02/08/2026

শিবসাগর পানী শুকাল যদিও, কমা নাই ৰাইজৰ দুৰ্দশা । এতিয়াও নিজৰ বাসস্থান বাসোপযোগী কৰিবলৈ বোকা-আৱৰ্জনা চাফা কৰাত ব্যস্ত ভুক্তভোগী ৰাইজ।

02/08/2026

"মোৰ বহুত বেয়া লাগিছে নেপকিনত থকা ভাৰতৰ মানচিত্ৰখনত আমাৰ উত্তৰ-পূৰ্বাঞ্চল নাই।"
গ্লাছগোৰ 'মিষ্টাৰ সিংছ ইণ্ডিয়া- দ্য হোম অৱ কাৰী' নামৰ ৰেষ্টুৰেণ্টখনৰ নেপকিনত থকা ভাৰতৰ মানচিত্ৰখনত উত্তৰ-পূৰ্বাঞ্চলৰ অংশটো নথকাক লৈ এনেকৈয়ে আঙুলিয়াই দি প্ৰতিক্ৰিয়া প্ৰকাশ লাভলীনা বৰগোহাঁইৰ। গ্লাছগো কমনৱেলথ গেমছত বক্সিঙৰ মহিলাৰ ৭৫ কিল'গ্ৰাম শাখাত ৰূপৰ পদক জয় লাভলীনাৰ।

01/08/2026

অসমে ব্যতিক্রমী দৃষ্টান্ত-
বন্যার্তদের সহায়তায় আজমল স্কুল-কলেজের শিক্ষার্থীদের সংগৃহীত ত্রাণ তহবিলের বাক্স খুললেন বদরুদ্দিন আজমল

01/08/2026

'শিৱসাগৰত নিষিদ্ধ কয়লা, শিল ভৰ্তি বাহন। বাহন দেখিলেই ভাঙি পেলোৱা হ'ব'। কয়লা মাফিয়া, শিল মাফিয়াক কাণত ধৰি আঁঠু কঢ়াই থোৱা হ'ব'। উজনিৰ বানৰ পিছতে কঠোৰ সকীয়নি জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাৰ।

01/08/2026

▶️বিজেপিৰ বান সাহায্য বিতৰণক লৈ সামাজিক মাধ্যমত চৰ্চিত এটা বিশেষ ভিডিঅ

31/07/2026

'
,মোক গালি দিয়া ল'ৰা-ছোৱালীক মই ক্ষমা কৰি দিছো। গালি-গালাজে কেতিয়াও একো সমাধান নানে। যন্তৰ-মন্তৰত একাংশ উৎপতীয়া ল'ৰা-ছোৱালীয়ে বেয়া বেয়া কথা কৈছে। মোৰ স্বৰ্গীয় মাতৃকো টানি আনিছে। এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম।' সামাজিক মাধ্যমত Gen-Zলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ।

31/07/2026

বন্যাৰ্তলৈ সৰ্বমুঠ ৫ কোটি টকাৰ সাহায্য ঘোষণা বদৰুদ্দিন আজমলৰ। উজনিৰ বানাক্ৰান্তক এইপৰ্যন্ত ৩ কোটি টকাৰ সাহায্য প্ৰদানৰ বিপৰীতে পুনৰ ২ কোটিৰ সহায়ৰ কথা ঘোষণা আজমলৰ।

Address

Silchar

Alerts

Be the first to know and let us send you an email when BEST News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share