Jyotishmoy Konwar

Jyotishmoy Konwar Video Editor & Cinematography

Assamese Film Industry and Music Industry
Studio Artist Heaven Please Like and Follow Jyotishmoy konwar page

কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন
19/09/2025

কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন

🚨 পিঞ্জৰাত সোমাল 'বাঘ' 👉 মিঞাৰ ৰক্ষক  ইউনুছ তামুলীক গ্ৰেপ্তাৰ👉 শিৱসাগৰ আৰক্ষীৰ নিৰ্দেশত গ্ৰেপ্তাৰ ইউনুছ তামুলীক
18/09/2025

🚨 পিঞ্জৰাত সোমাল 'বাঘ'
👉 মিঞাৰ ৰক্ষক ইউনুছ তামুলীক গ্ৰেপ্তাৰ
👉 শিৱসাগৰ আৰক্ষীৰ নিৰ্দেশত গ্ৰেপ্তাৰ ইউনুছ তামুলীক

ছোৱালী জনিৰ মাক তাই সৰু থাকোঁতে ধুকাল। আৰু তাই এতিয়া cancer ৰোগত আক্ৰান্ত 😥 নিজৰ মাক জনি যিহেতু নাই তাই একেবাৰে অকলশৰীয...
04/08/2025

ছোৱালী জনিৰ মাক তাই সৰু থাকোঁতে ধুকাল। আৰু তাই এতিয়া cancer ৰোগত আক্ৰান্ত 😥 নিজৰ মাক জনি যিহেতু নাই তাই একেবাৰে অকলশৰীয়া দেউতাক জন আছে যদিও আৰ্থিক অৱস্থা সিমান ভাল ও নহয় বেমাৰ টো যিহেতু জটিল যদি আমি অলপ হলেও সহায় কৰিব পাৰো জোনে যেনেকৈ পাৰে তাইৰ scenar খন মই দি দিছোঁ অলপ হলেও সহায় কৰিব বুলি আশা কৰিলোঁ বহুত সৰু ছোৱালী তাই আমি যদি তাইৰ জীৱন টো ঘূৰাই দিব পাৰোঁ তাই বহুত সুখী হব বেছি নালাগে অলপ কৈ হলেও দিব সকলোৱে share কৰি দিব হয়তো কোনোবাই তেনেকৈ ও খবৰ টো পাই অলপ হলে কিবা এটা আগবঢ়াব🙏🙏🙏

সংগ্ৰহ: গীত ভৰালী

Address

Simaluguri

Opening Hours

9am - 5pm

Telephone

+916001668532

Alerts

Be the first to know and let us send you an email when Jyotishmoy Konwar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyotishmoy Konwar:

Share