ভেকুলী -Vakuli

ভেকুলী -Vakuli অসমীয়া মোৰ প্ৰথম পৰিচয়।
জয় আই অসম
সকলোকে মোৰ প্ৰেজলৈ আমন্ত্ৰণ জনালো🙏🙏🙏

09/04/2025

সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।

31/03/2025

আমাৰ বগেনভালিয় জোপা
মৰতি কেইজনীযে
ডাল চিঙি জনী মাৰিলে কেলা😡😡😡

31/03/2025

জানমণি তুমি হাগি থাকোতেই মোলৈ phone কৰিছিলা
😆😆😆

26/03/2025

বিহু আহিলেই Ex লৈ মনত পৰে
কম নচুৱাইছিল নে মৰতিয়ে 😌😌

26/03/2025

এনে লাগেনে যে আমি
আকৌ পুৰণি দিন বোৰ
বহুত miss কৰোঁ ?

26/03/2025

Good morning everyone

25/03/2025

তুমি নহাৰ আগৰ পৰাই আমাৰ ঘৰৰ Bougainvillea জোপা ফুলি আছে
🫣😆😆

25/03/2025

হাতত গামোচা খন লৈ দৌৰি অহা নাটক খন আৰাম্ভ হ'ব এতিয়া
🥴🥱😁😁

25/03/2025

Good morning everyone 😊😊😊

17/03/2025

ভাৱিছিলো Love Marriage কৰিম বুলি
যিকি নহওঁক ভাৱিছিলো যে সেইটোৱেই বহুত 😆😆

06/03/2025

৭ তাৰিখে আকৌ এহোপাঁ মানে চাকৰিয়াল হ'ব
থাকি যাম মই অকলে 🥺

04/03/2025

বাকী সকলোঁ ঠিকেই চলি আছিল...
মাজতে গুমুথা এটা আহি
meme ত like দি থৈ গৈছে।।
😏🤬🫡

Address

Sibsagar

Website

Alerts

Be the first to know and let us send you an email when ভেকুলী -Vakuli posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share