Madhab Das

Madhab Das Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Madhab Das, Digital creator, Sivasagar.

17/06/2025

Tumaloi Borokha Assamese cover song sung by

05/06/2025
31/05/2025

লক্ষীমপুৰ ত বানৰ সংহাৰি ৰূপ

📌এটি বিশেষ পোষ্ট:-📌তলত দিয়া ফটো কেইখন হয়টো আপোনালোকৰ চিনি পোৱাত অসুবিধা হোৱা নাই। এইটো  হৈছে এটা বিশেষ গাৰো !📌নাই নাই ...
30/05/2025

📌এটি বিশেষ পোষ্ট:-
📌তলত দিয়া ফটো কেইখন হয়টো আপোনালোকৰ চিনি পোৱাত অসুবিধা হোৱা নাই। এইটো হৈছে এটা বিশেষ গাৰো !
📌নাই নাই আপোনালোকে ভুল ভাবিছে এইটো আমাৰ ঘৰৰ গাৰো নহয়। এইটো হৈছে এখন চৰকাৰী মেডিকেলৰ "Emergency" অৰ্থাৎ আপাদকালীন ৰোমৰ বিছনাত থকা গাৰো । হয় আপুনি ঠিকেই বুজিছে ৰোগীক শুবলৈ দিয়া গাৰো ।
📌আপোনাক মই সুধিব বিচাৰিছো যে আপুনি বা আপোনাৰ কোনো আত্মীয় কিবা কাৰণত সেই বিশেষ মেডিকেল খনলৈ যদি যাব লগা হয় আৰু আপোনাক এইটো গাৰো ত শুবলৈ দিয়া হয় আপুনি বাৰু কি কৰিব?
📌মই সেই মেডিকেলৰ সেইসময়ত আপাদকালত থকা নাৰ্চ গৰাকীক সুধিলো গাৰো বোৰ চাফা কৰা নহয় নেকি?গাৰোত ক'ভাৰ লগোৱা নহয় নেকি বুলি তেতিয়া নাৰ্চ গৰাকীয়ে দুয়োটা প্ৰশ্নৰ উত্তৰ হয় বুলিয়ে দিলে । কিন্তু এইয়াই বৰ্তমান অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সফলতা! এনেকৈয়ে চলি আছে বহুতো চৰকাৰী মেডিকেলৰ আন্তঃগাঠনি ।
📌এইবোৰ বস্তু বিভাগে চোৱা চিতা কৰাৰ প্ৰয়োজন নাথাকে নেকি?
📌নে ব্যক্তিগত খণ্ডৰ মেডিকেল কেইখন ভালকৈ নচলাৰ ভয়ত বিভাগীয় মন্ত্ৰীয়ে পৰিকল্পিত ভাৱে এনেধৰণে জহি খহি যাবলৈ দিছে?
📌আচলতে বিষয়টো হৈছে কি?
📌সেই বিশেষ মেডিকেল খনৰ নাম হ'ল #মৰাবজাৰ_মেডিকেল আমগুৰি,শিৱসাগৰ,অসম
📌বিভাগীয় কৰ্তৃপক্ষই কি সিদ্ধান্ত গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব ।

বি:দ্ৰ:- ফটোখন 29/04/2025 ৰ হয়।

Himanta Biswa Sarma
CMO Assam
Ashok Singhal

এইবিধ এবিধ বিশেষ পোক। এক কথাত কবলৈ গলে পইছা দিয়া পোক। কোনে কোনে চিনি পাইছে জনাব চোন? যদি পোৱা নাই তেনেহলে মই জনাই দিম ব...
26/05/2025

এইবিধ এবিধ বিশেষ পোক। এক কথাত কবলৈ গলে পইছা দিয়া পোক। কোনে কোনে চিনি পাইছে জনাব চোন? যদি পোৱা নাই তেনেহলে মই জনাই দিম বাৰু !


কালি অৰ্থাৎ ৩১ মাৰ্চ ২০২৫ তাৰিখে আমগুৰি উন্নয়ন খণ্ডৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰজাবাম কৈৱৰ্ত্ত গাঁৱৰ কিছুমান সম...
01/04/2025

কালি অৰ্থাৎ ৩১ মাৰ্চ ২০২৫ তাৰিখে আমগুৰি উন্নয়ন খণ্ডৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰজাবাম কৈৱৰ্ত্ত গাঁৱৰ কিছুমান সমস্যাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যেৰে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি সন্মানীয় #শ্ৰী_যুত_দেৱব্ৰত_শইকীয়া ডাঙৰীয়াক তেখেতৰ নাজিৰা স্থিত নিজা বাসগৃহত সাক্ষাত কৰা হয়।। তেখেতৰ সৈতে প্ৰথম বাৰ হোৱা সাক্ষাতত তেখেতৰ যি নম্ৰ আৰু বিনয়ী ব্যৱহাৰ লাভ কৰিলো সেইয়া সঁচাই প্ৰশংসনীয়।

Debabrata Saikia

Madhab Madhab


   #তেজৰ_প্ৰয়োজন       গুৱাহাটী আমিন গাৱঁৰ নাৰায়না মেডিকেল ত 2 ইউনিট তেজৰ প্ৰয়োজন হৈছে । কোনোবাই সহায় কৰিব বিচাৰে নে...
27/02/2025


#তেজৰ_প্ৰয়োজন
গুৱাহাটী আমিন গাৱঁৰ নাৰায়না মেডিকেল ত 2 ইউনিট তেজৰ প্ৰয়োজন হৈছে । কোনোবাই সহায় কৰিব বিচাৰে নেকি?

Narayana Health


বীৰ VEER -ৰক্তদাতা গ্ৰোপ
#ৰক্তদান_মহান_দান

21/02/2025

" াইতকৈ_পিছপৰা_বুলি_যে_কয়_কৈৱৰ্ত্ত_জাতি" উক্ত বাক্যষাৰৰ বাবে লোকজনে যে অন্তৰৰ পৰা ক্ষমা বিচাৰিছে সেই কথা তেখেতৰ মুখত ফুতি উঠিছে। তেখেতে কথাষাৰ ভুল বশতঃ কৈ পালে । গতিকে সকলোকে বিনম্ৰ অনুৰোধ যাতে তেখেতক লৈ আৰু বহুত বেছি কিবা পৰিৱেশ সৃষ্টি নকৰে 🙏।।
📌ক্ষমা খোজাটো বহুত ডাঙৰ গুণ, ক্ষমা কৰি দিয়াটো তাতোকৈ ডাঙৰ গুণ । গতিকে সকলোকে এই বিষয়টো ইমানতে সামৰণী মাৰিবলৈ অনুৰোধ জনাইছো 🙏🙏।

📌"হস্তীৰো পিছলে পাৱ সজ্জনৰো বুৰে নাৱ"




Address

Sivasagar

Website

Alerts

Be the first to know and let us send you an email when Madhab Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share