Assamor Biraj

Assamor Biraj আমাৰ নতুন নতুন ভাওনা ভিদিঅ আৰু অন্যান্য vlog সমূহ আমাৰ facebook পেজটোত উপভোগ কৰক সদায়।
Youtube channel : Assamor Biraj
Instagram : biiiraj13

21/11/2024

শিৱই বিহ প্ৰাণ কৰাৰ দৃশ্যাংশ
#অসমীয়াভাওনাসংস্কৃতি
#শিৱ

18/11/2024

কেতিয়াবা এইবোৰ কৰিও ভাল লাগে 🙏
প্রভুভক্ত 🙏

18/11/2024

চাৰিং আৰু হাফলুটিং ৰাসত চাকি দিলোঁ । শিৱসাগৰ ৰাস । Assamor Biraj



#অসমীয়াভাওনাসংস্কৃতি



#ভাওনাপ্ৰতিযোগিতা

08/11/2024

শ্রেষ্ঠ ভাৱৰীয়া কালযৱন আৰু অকালৰ কি অভিনয় চাওচোন আহক। কুমৰ হৰণ হৰি-হৰ যুদ্ধ

ভিডিঅ'টি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ চাই কেনে পালে জনাব বুলি আশা ৰাখিলোঁ। ভাল লাগিলে শ্বেয়াৰ কৰিব ৷
মনিকাঞ্চন ভাওনা দল আমগুৰি শিৱসাগৰ। প্ৰথম শ্রেষ্ঠ দল।
শ্রেষ্ঠ বায়ন: পলাশ শইকীয়া।
শ্রেষ্ঠ গায়ন: নয়নমনি খনিকৰ।
কালযৱনঃ RJ ঋতুঞ্জয় নেওঁগ
অকালঃ ৰূপজ্যোতি সাউদ।

#অসমীয়াভাওনাসংস্কৃতি
#ভয়ংকৰ #নয়নমনিখনিকৰ #দুর্দান্ত #প্ৰৱেশ

19/10/2024

ইমান ধুনীয়াকৈ প্ৰৱেশ কৰিছে কণমানিতোৱে | চন্দ্ৰকেতু প্ৰৱেশ | গজকেতু উপাখ্যান ভাওনা | Assamese vauna | Assamor Biraj | Vauna vlog

#অসমীয়াভাওনাসংস্কৃতি
#ভয়ংকৰ #দুর্দান্ত #প্ৰৱেশ

18/10/2024

গজকেতু প্ৰৱেশ | গজকেতু উপাখ্যান ভাওনা | Assamese vauna | Assamor Biraj | Vauna vlog

#অসমীয়াভাওনাসংস্কৃতি
#ভয়ংকৰ #দুর্দান্ত #প্ৰৱেশ

13/04/2024
15/03/2024

শিৱৰ প্ৰৱেশ
অভিনয়ত : ভাৰ্গৱ দাস
পঞ্চৰত্ন শিল্পীসমাজ, আলিকেঁকুৰি শিৱসাগৰ
নাট: "সিন্ধুমুনিৰ পিতৃ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ”

09/03/2024

হৰ হৰ মহাদেৱ

Address

Sivasagar
Sivasagar

Telephone

+919101246016

Website

Alerts

Be the first to know and let us send you an email when Assamor Biraj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamor Biraj:

Share

Category