Hosa Kotha - সঁচা কথা

Hosa Kotha - সঁচা কথা No Promotion Only Action

22/10/2025

1)ভিডিঅ' পোষ্ট কৰি অভিনেতা গৰাকীৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন "মই বাৰু মিছা কথাই কৈছো, কিন্তু ভিডিঅ'ই মিছা কথা নকয়"।

এইবাৰ দীপাৱলীত সোণ বিক্ৰীত অভিলেখ
21/10/2025

এইবাৰ দীপাৱলীত সোণ বিক্ৰীত অভিলেখ

জুবিন অবিহনে গৰিমা শইকীয়া গাৰ্গৰ আজি প্রথমটো জন্মদিন
21/10/2025

জুবিন অবিহনে গৰিমা শইকীয়া গাৰ্গৰ আজি প্রথমটো জন্মদিন

20/10/2025


20/10/2025

জয় জুবিন দা....!
সুন্দৰ এটা পৰিবেশ.....
আমাক ন্যায় লাগে সোনকালে

20/10/2025

অভিনেতা ৰবি শৰ্মাৰ সৈতে আমিও একমত।
"ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী"
বুলি মুখেৰে ক'লেই নহ'ব, জুবিনৰ আদর্শখিনিও মানি চলিব লাগিব

.

20/10/2025

📌'আজি মাটিত ভৰি থৈ থিয়হিব পাৰিছো কেৱল জুবিন দাৰ বাবে'।
📌'মোক থিয় কৰাম বুলি প্ৰতিশ্ৰুতি দি কান্দি পৰা ব্যক্তিজনেই আছিল জুবিন'।
📌'১০ টা জনম ললেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে'।
📌'দাদাই ন্যায় পাবই লাগিব'।
📌শাৰিৰীকভাৱে সুস্থ হোৱাত জুবিনে সহায় কৰা যুৱকজন আজি আহিছে জোনালীৰ ষ্টুডিঅ'লৈ।

জুবিন দা লগত কোনখন মিলিছে ?
19/10/2025

জুবিন দা লগত কোনখন মিলিছে ?

 #এনেকুৱা আছিল জানো জুবিন গাৰ্গ?  #এয়া কি কৰিলে যজ্ঞ কনষ্ট্ৰাকচনে? অনুগ্ৰহ কৰি আৰু অলপ সাধনা কৰি আৰু অলপ সময় লৈ জুবিন দা...
19/10/2025

#এনেকুৱা আছিল জানো জুবিন গাৰ্গ?
#এয়া কি কৰিলে যজ্ঞ কনষ্ট্ৰাকচনে?
অনুগ্ৰহ কৰি আৰু অলপ সাধনা কৰি আৰু অলপ সময় লৈ জুবিন দাক নতুন ৰূপত নিৰ্মাণ কৰিলে ভাল লাগিব ।
যিজনে এই প্ৰয়াস হাতত লৈছিল তেঁওক অন্তৰৰ পৰা ধন্যবাদ জনাইছো,কিন্তু
#কোন দিশৰ পৰা মুখখন জুবিন দা দৰে লাগিছে বাৰু ?

জুবিন দাৰ ন্যায় বিচাৰি শিৱসাগৰ নামতিত অনুষ্ঠিত কৰা আদ্য শ্ৰাদ্ধ অনুষ্ঠানত এনেদৰে দেখা গল এজন জুবিন অনুৰাগী ।।
19/10/2025

জুবিন দাৰ ন্যায় বিচাৰি শিৱসাগৰ নামতিত অনুষ্ঠিত কৰা আদ্য শ্ৰাদ্ধ অনুষ্ঠানত এনেদৰে দেখা গল এজন জুবিন অনুৰাগী ।।

19/10/2025

জুবিন দাৰ সমাধিত থকা এটাও কুকুৰ মৰা নাই এটা আগতেই উদ্ধাৰ কৰা হৈছে।
বৰ্তমান থকাটো দুটামান ভিউজৰ আশাত একাংশ নিকৃষ্ট বাতৰি যোগনীয়াৰে এনেই মৰা বুলি বাতৰি কৰি আছে।

ফটো আৰু ভিডিঅত মৰা বুলি প্ৰচাৰ চলোৱা মায়া নামৰ কুকুৰজনী।
আজি পুৱাৰ দৃশ্য।

Address

Sivasagar
Demow
785662

Telephone

+918472976202

Website

Alerts

Be the first to know and let us send you an email when Hosa Kotha - সঁচা কথা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hosa Kotha - সঁচা কথা:

Share