Assam Live Seven Digital

Assam Live Seven Digital জনতাৰ পদতলত নিবেদিত আত্মাৰে, নিৰ্ভীক আৰু সত্যনিষ্ঠ সংবাদ পৰিৱেশনেৰে আপোচবিহীন এক যাত্ৰাৰ নাম - Assam Live Seven Digital Media.

Please Like, Follow & Share Assam Live Seven Digital

27/04/2025

*🔥আক্ৰমণাত্মক ৰূপত ভাৰতীয় সেনা।*
*🔥প্ৰতিশোধৰ দাবানল বুকুৱে বুকুৱে।*
*🔥পাকিস্তানী সেনাৰ বাংকাৰত শিখ ৰেজিমেন্টৰ ভয়াবহ আক্ৰমন।*

14/01/2025

দেৰগাঁৱৰ কছাৰীগাঁৱৰ সদৌ অসম ভাওনা সমাৰোহৰ বঁটা বিতৰণী সভাত উত্তপ্ত পৰিস্থিতিৰ। বিচাৰক আৰু প্ৰতিযোগী দলৰ মাজত বাক-বিতণ্ডা।


20/12/2024
29/11/2024

আমগুৰিবাসীৰ বাবে সুখবৰ:

আমগুৰিৰ গৌৰৱ, আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ৰাজ্যিক কৃতী শিক্ষকৰ সন্মান প্ৰাপক, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, কবি যোগেশ কিশোৰ ফুকন মহাশয়ক শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত কৰে। এই বাৰ্তা লাভ কৰাৰ পিছতে প্ৰতিজন আমগুৰিবাসী আজি অতিশয় আনন্দিত আৰু গৌৰৱাম্বিত। Assam Live Seven ৰ তৰফৰ পৰাও শ্ৰদ্ধাৰ মহাশয়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।


Address

Amguri
Sivasagar

Website

Alerts

Be the first to know and let us send you an email when Assam Live Seven Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share