টিপচাকি-Tipsaki

টিপচাকি-Tipsaki Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from টিপচাকি-Tipsaki, Video Creator, Sonari, Sonari.

আজি একো নকওঁ…কেৱল জয় জুবিন দা❤️🙏
30/10/2025

আজি একো নকওঁ…কেৱল জয় জুবিন দা❤️🙏

Roi Roi Binale মোৰ নতুন cinema চাবলে আহিবা।

"মৰম"
জুবিন দা

30/10/2025

🔴মানুহৰ সংখ‍্যা বেছি কিন্তু হলৰ সংখ‍্যা কম!।কিন্তু চিনেমা চাব কেনেকৈ?
🔴টিকটৰ দাম বাঢ়িছে নেকি?

🔴সকলোৱে জানে ৩১ অক্টোবৰ মানেই “ৰৈ ৰৈ বিনালে”।তথাপিও যিমান পাৰে Share কৰো আহক।Facebook status/story,Whatsapp status,Instr...
29/10/2025

🔴সকলোৱে জানে ৩১ অক্টোবৰ মানেই “ৰৈ ৰৈ বিনালে”।তথাপিও যিমান পাৰে Share কৰো আহক।Facebook status/story,Whatsapp status,Instragram আদি ভৰাই তোলক🙏

চিনেমাখনৰ নামটো কোনে কব পাৰিব?(জুবিন দাৰ চিনেমা)🔴”চাইকেলত উঠিলে ভাঙিয়েই পৰে,বাইকেটো টানিবই নোৱাৰে।সেয়েহে এইখনকে…..”এখন অ...
28/10/2025

চিনেমাখনৰ নামটো কোনে কব পাৰিব?
(জুবিন দাৰ চিনেমা)
🔴”চাইকেলত উঠিলে ভাঙিয়েই পৰে,বাইকেটো টানিবই নোৱাৰে।সেয়েহে এইখনকে…..”
এখন অসমীয়া চিনেমাৰ টেক্ট্ৰৰৰ সৈতে এইটো ডাইলগ।চিনেমাখন হল-🤔🤔😳😳?????

নমতা বিয়া খাবলৈ আহিলো ডিমৌত….বিয়াঘৰ বিয়াঘৰ লগা হোটেল❤️
27/10/2025

নমতা বিয়া খাবলৈ আহিলো ডিমৌত….বিয়াঘৰ বিয়াঘৰ লগা হোটেল❤️

26/10/2025

🔴যোৱাবাৰ প্ৰায় ২কোটি টকা ৰাহি ধনেৰে আউনীআটী বিশ্ববিদ‍্যালয়ৰ নিৰ্মাণৰ কাম।এইবাৰ আকৌ ২৮ নৱেম্বৰত
🔴উপহাৰ কুপনত এইবাৰ গাড়ীৰ বদলি নগদ ধনৰ সুবিধা।তীৰ্থধাম ভ্ৰমণৰ সুবিধা

25/10/2025

🔴৩১অক্টোবৰত “ৰৈ ৰৈ বিনালে” কিন্তু চিনেমাখন চাব কেনেকৈ?আপুনিও সমস‍্যাত পৰিছে নেকি?
🔴নজনাসকলক এই চিনেমাখন চাবলৈ সুবিধা কৰি দিবলৈ সকলোৱে এজনে আনজনক সহায় কৰো আহক🙏

23/10/2025

🔴যাত্ৰাপথত…অসমৰ দৰ্জা বা চাটাৰ নথকা হোটেল কত কত আছে?😳

22/10/2025

🔴অষ্টম শতিকাৰ পুৰণি এটি শিৱ দৌল,পৰবৰ্তি সময়ত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে এই দৌলটি🙏

🔴সমালোচনাৰ নামত সমালোচনা কৰিব বিচৰা নাই!কেৱল মাত্ৰ খৰখেদা হোৱাৰ বাবেই হয়তো মুখমণ্ডলৰ চকুকেইটাৰ সামান‍্য বিসংগতি।বাকী জুব...
19/10/2025

🔴সমালোচনাৰ নামত সমালোচনা কৰিব বিচৰা নাই!কেৱল মাত্ৰ খৰখেদা হোৱাৰ বাবেই হয়তো মুখমণ্ডলৰ চকুকেইটাৰ সামান‍্য বিসংগতি।বাকী জুবিন দাই চচমা ভাল পাইছিল,গতিকে মুৰ্তিটো একো ক্ষতি নোহোৱাকৈ চচমা পিন্ধাই দিলেই ধুনীয়া লাগিব।সামগ্ৰিকভাৱে প্ৰতিমুৰ্তিটো ধুনীয়া হৈছে।ধন‍্যবাদ Jagya Construction
জয় জুবিন দা❤️

👇👇কোনে কোনে চিনি পাইছে কমেণ্ট কৰকচোন
18/10/2025

👇👇কোনে কোনে চিনি পাইছে কমেণ্ট কৰকচোন

17/10/2025

🔴ধনতেৰচ/দিপাৱলী বুলি শিৱসাগৰৰ ভগৱতী জুৱেলাৰ্চত কিয় ইমান ভীৰ চাওক!
🔴সোণ-হীৰা-ৰূপত গ্ৰাহকে নিজৰ লাভ উঠাইছে🙏
🙏আমাক পাবলৈ পেজখন Follow কৰাৰ লগতে বন্ধুবৰ্গই অৱগত হবলৈ ভিডিঅটো ছেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব।ধন‍্যবাদ🙏

Address

Sonari
Sonari
785690

Alerts

Be the first to know and let us send you an email when টিপচাকি-Tipsaki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to টিপচাকি-Tipsaki:

Share

Category