rupika_borgohain

rupika_borgohain তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।

19/10/2025

🔴STV News Assam ৰ উদ্যোগত এক আকৰ্ষণীয় ফটো প্ৰতিযোগিতা !

#পুৰস্কাৰ_সমূহঃ
➡️প্ৰথম পুৰস্কাৰঃ Redmi A4 5G Phone/Samsung Galaxy A14 5G Phone (যিকোনো এটা)।
➡️দ্বিতীয় পুৰস্কাৰঃ Mountain Bicycle লগতে ৫০০ টকা।
➡️তৃতীয় পুৰস্কাৰঃ ৩০০০ (তিনি হাজাৰ) টকাৰ লগতে হাত ঘড়ি।

#প্ৰতিযোগিতাৰ_নিয়ম_সমূহঃ
১) প্ৰতিযোগীৰ যিকোনো ফটো গ্ৰহণ কৰা হ'ব ।
২) যিকোনো গ্ৰুপ ফটোও গ্ৰহণ কৰা হ'ব ।
৩) প্ৰতিযোগীয়ে পঠোৱা ফটো "STV News Assam" পেইজত আপলোড কৰা হ'ব।
৪) ৩১ ডিচেম্বৰ, ২০২৫ ৰ আগত প্ৰেৰণ কৰিব লাগিব নিজৰ নিজৰ ফটো ।
৫) আপলোড দিয়া ফটোত হোৱা Views আৰু Reach ৰ ভিত্তিত প্ৰতিযোগীক নিৰ্বাচিত কৰা হ'ব ।
৬) WhatsApp ত প্ৰেৰণ কৰিব লাগিব ফটো, প্ৰতিযোগিৰ নাম আৰু জিলাৰ নাম ।
৭) ➡️ 7002520408 (WhatsApp) নম্বৰত প্ৰেৰণ কৰিব লাগিব ফটো ।
৮) বিজয়ী সকলক STV News Assam ৰ কাৰ্য্যালয়তে পুৰস্কাৰ প্ৰদান কৰা হ'ব ।

বিঃদ্রঃ- STV News Assam পেইজটো Follow কৰা বাধ্যতামূলক।

➡️Your hashtag code:

28/06/2025
Ma beta❤️🌍
12/05/2025

Ma beta❤️🌍

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when rupika_borgohain posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share