Pranjal Gogoi Jibon Aru Honsthapon New

  • Home
  • Pranjal Gogoi Jibon Aru Honsthapon New

Pranjal Gogoi Jibon Aru Honsthapon New আগৰ ফেচবুক পেজটো কিছু অসুবিধাৰ বাবে নতুনকৈ এই পেজটো আৰম্ভ কৰিছোঁ। Follow কৰি যাবলৈ নেপাহৰিব
(3)

22/07/2025

ধেমাজিৰ পথাৰত ১৬ বিঘা মাটিত ১২ বিধ পাচলিৰ খেতি

অমিতাৰ পাত হালধীয়া হোৱা বেমাৰ ফটো দিয়াত দুজনমানে কমেন্ত কৰি কৈছিল আপুনি খেতি কৰিব নেজানে  আপোনাৰ video চাই লাভ নাই বুল...
21/07/2025

অমিতাৰ পাত হালধীয়া হোৱা বেমাৰ ফটো দিয়াত দুজনমানে কমেন্ত কৰি কৈছিল আপুনি খেতি কৰিব নেজানে আপোনাৰ video চাই লাভ নাই বুলি।
তেখেত সকলক উদ্দেশ্যি - নাজানো বুলি হাত সাৱটি বহি থকা নাই। শিকিবলৈ চেষ্টা কৰিছোঁ।
৫ মাহতে অমিতা বিক্ৰী আৰম্ভ কৰিলোঁ। লগাইছিলোঁ ১১ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে। মুঠ ৩০০ কেজি বিক্ৰী কৰিলোঁ প্ৰথম সপ্তাহত। ভালে ভালে হলে আমিতাই ভাল টকা দিব।
মূলধন কিমান শতাংশ ওলালে জানি আচৰিত হব।
Video YouTube তে দিছোঁ চাব পাৰিব লিংক দিয়া আছে।

https://youtu.be/Lw7piuA2UTQ

20/07/2025

শুৱালকুছিৰ ঘৰে ঘৰে তাঁতশাল ঘৰে ঘৰে ব‍্যৱসায়

Malamal Boyyyz চালোঁ
19/07/2025

Malamal Boyyyz চালোঁ

18/07/2025

বাহিৰা কোম্পানীয়ে পানীৰ দামত ক্ৰয় কৰিছে ট্ৰাকে ট্ৰাকে অসমৰ নেমু
Lemon Market Assam

১ টা নেমুৰ দাম কিমান ???
17/07/2025

১ টা নেমুৰ দাম কিমান ???

16/07/2025

মাহেকত ৬০ লাখৰ চাকৰি এৰি ব‍্যৱসায় কৰা এজন অসমীয়া॥লণ্ডনত হোটেল,ডিব্ৰুগড়ত Resort

15/07/2025

পথাৰৰ আলিত ফলৰ খেতি

নতুন বিষয় নতুন চিন্তা কৃষক পদ্মশ্ৰী সর্বেশ্বৰ বসুমতাৰী মহাশয়ৰ লগত।চৰাইদেউৰ পৰা চিৰাংৰ পানবাৰী  ৫৫০ কিলোমিটাৰ (৩ দিন) ।...
13/07/2025

নতুন বিষয় নতুন চিন্তা কৃষক পদ্মশ্ৰী সর্বেশ্বৰ বসুমতাৰী মহাশয়ৰ লগত।চৰাইদেউৰ পৰা চিৰাংৰ পানবাৰী ৫৫০ কিলোমিটাৰ (৩ দিন) ।প্ৰতিবাৰে কিবা এটা নতুন শিকাৰ সুযোগ।এইবাৰৰ বিষয় কিছু সুকীয়া PermaCulture । নতুন বিষয়। Video কৰিলোঁ চাবলৈ পাব অতি সোনকালে। পিছে আপোনালোকে তেখেতৰ নামটো শুনিছে নে? বিশেষ এটা কাৰণত হে সুধিলোঁ।

13/07/2025

ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃষকে খুলিলে ৩য় খন দোকান

12/07/2025

পথাৰৰ আলিত ফলৰ খেতি।বছৰি বিক্ৰী লাখ টকাৰ

গুৱাহাটীলৈ গলে নগাঁওত ডাব নাৰিকল খোৱাটো এটা নিয়ম। কিন্তু এইবাৰৰ অভিজ্ঞতা পৃথক নাৰিকলটোত মৰা প্ৰতিটো দাৰ ঘাপেই মনত পেলাই...
11/07/2025

গুৱাহাটীলৈ গলে নগাঁওত ডাব নাৰিকল খোৱাটো এটা নিয়ম। কিন্তু এইবাৰৰ অভিজ্ঞতা পৃথক নাৰিকলটোত মৰা প্ৰতিটো দাৰ ঘাপেই মনত পেলাই জীৱনৰ যুদ্ধখন কথা। সকলোৰে বাবে জীৱন ভিন্ন। জীৱন জিন্দাবাদ ।জীৱন এখন যুদ্ধ আৰু মই জীৱন যুদ্ধৰ যুঁজাৰু সৈনিক

Address


Telephone

+919101307852

Website

Alerts

Be the first to know and let us send you an email when Pranjal Gogoi Jibon Aru Honsthapon New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pranjal Gogoi Jibon Aru Honsthapon New:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share