লো-kel

লো-kel A real and creative space

Local vs Lokel

https://youtu.be/vtB4FmFrSwo  ゚viralシ
12/08/2026

https://youtu.be/vtB4FmFrSwo
゚viralシ

আজি প্ৰায় ২৩ দিন হ'ল৷ আমি নেদেখা, নুশুনা আৰু নভৱা কিছুমান দৃশ্যৰ সা...

       ゚viralシ
12/08/2026

゚viralシ

11/07/2026

ধল‍্যবাদ 🙏 Indian Railway Stations Development Corporation - IRSDC

08/07/2026

অতি বিষাক্ত অপতৃণ পাৰ্থেনিয়াম।

জীৱ-জন্তুৰ পৰা মানৱ স্বাস্থ্যলৈকে অতি ভয়ংকৰ এই পাৰ্থেনিয়াম। উদ্ভিদ বিজ্ঞানত বিষাক্ত হিচাপে চিহ্নিত এই পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহিলেই কোনো ব্যক্তি আক্ৰান্ত হ’ব পাৰে জ্বৰ, চৰ্দি, কাহ, হাঁপানী, এলাৰ্জি আদি ৰোগৰ লগতে হাওঁফাওঁৰ গুৰুতৰ ৰোগত। এই পাৰ্থেনিয়াম ইমানেই বিষাক্ত যে ইয়াৰ মাজেৰে গৰু-ছাগলী পাৰ হ’লে বা এই পাৰ্থেনিয়াম ভক্ষণ কৰিলে ৰোগাক্ৰান্ত হৈ পৰিব পাৰে মৃত্যুমুখত। তদুপৰি এই অপতৃণ মৰি যোৱাৰ সময়ত ই ধূলি হৈ বতাহত মিলি যায় আৰু সহজতে মানৱ শৰীৰক আক্ৰান্ত কৰে।

Indian Railway Stations Development Corporation - IRSDC

৩১ জানুৱাৰী, ১৯০৯ -২০ জুন,১৯৬৯ কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত মুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক ব...
20/06/2026

৩১ জানুৱাৰী, ১৯০৯ -২০ জুন,১৯৬৯

কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত মুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰে।

১৯০৯ জানুৱাৰী মাহৰ ৩১ তাৰিখে অবিভক্ত ভাৰতৰ ঢাকা চহৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম গোপালচন্দ্ৰ ৰাভা মাকৰ নাম গেথীবাই ৰাভা।
১৯২৬ চনত তেজপুৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰথম বিভাগত প্ৰৱেশিকা উত্তীৰ্ণ হয়।
১৯২৮ চনত কলিকতাৰ ছেইণ্ট পল কলেজৰপৰা প্ৰথম বিভাগত আই.এছচি পৰীক্ষাত উত্তীৰ্ণ হৈ পদাৰ্থবিজ্ঞানত অনাৰ্ছ লৈ ৰিপন কলেজৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে। ১৯৩০ চনত মহাত্মা গান্ধীৰ নেতৃত্বাধীন আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰে।
১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিবলৈ লোৱা জয়মতী চলচ্চিত্ৰৰ কামত আৰু "শোণিত কুঁৱৰী" নাট বাণীবন্ধন কৰাত বিশেষ সহযোগিতা আগবঢ়ায়।
১৯৩৫ চনত যোৰহাটৰ প্ৰিয়লতা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ ছমাহ নৌহওঁতেই প্ৰিয়লতাৰ মৃত্যু। পত্নী প্ৰিয়লতাৰ স্মৃতিত "পৰজনমৰ শুভলগনত"’ শীৰ্ষক বিখ্যাত গীতটি ৰচনা কৰে।
১৯৪৩ চনত ব্ৰিটিছ চৰকাৰে নিষিদ্ধ ঘোষণা কৰা ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সান্নিধ্যত কৃষক জাগৰণৰ কামত ব্যস্ত হয়।
১৯৪৫ চনত ভাৰতৰ "বিপ্লৱী কমিউনিষ্ট পাৰ্টী"ৰ সদস্যপদ লাভ কৰি পাৰ্টীৰ কামত লাগি বিভিন্ন ঠাইত আত্মগোপন কৰিবলগীয়া হয়। ১৯৫২ চনত আত্মগোপনৰ সময়তে প্ৰেমত পৰি নলবাৰীৰ কনকলতা মেধিক বিয়া কৰে।
১৯৫৫ চনত পাটীৰ গৰিষ্ঠসংখ্যক সদস্যৰ সিদ্ধান্ত অনুসৰি আন সকলৰ সৈতে "ভাৰতীয় কমিউনিষ্ট পাৰ্টী"ত যোগদান কৰে।
১৯৫৭ চনত ভাৰতৰ দ্বিতীয় সাধাৰণ নিৰ্বাচনত কোকৰাঝাৰ সংসদীয় সমষ্টিৰপৰা "ভাৰতীয় কমিউনিষ্ট পাৰ্টি"ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'বলগীয়া হয়। ১৯৬২ চনত দুটি কণমানি পুত্ৰ সন্তানক এৰি থৈ দ্বিতীয় পত্নী কনকলতাই চিৰবিদায় লয়।
১৯৬৩ চনত জেলৰপৰা মুক্তি লাভ কৰে। ৰাভাদেৱে পুনৰ মোহিনীবালাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
১৯৬৭ চনত তেজপুৰ বিধানসভা সমষ্টিৰপৰা দলৰ অনুমতি সাপেক্ষে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হয়।
১৯৬৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয়।
১৯৬৯ চনত ৰোগশয্যাৰপৰাই জীৱনৰ অন্তিম সৃষ্টি ‘এয়ে মোৰ শেষ গান’শীৰ্ষক বিখ্যাত গীতটি ৰচনা। জুন মাহৰ ২০ তাৰিখে তেজপুৰৰ নিজ বাসভৱনত ইহলীলা সম্বৰণ কৰে।

Facebook for Creators ゚

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনেএইয়া মোৰ সুভকামনালাহে লাহে আতৰাই আনি ল’লোম‍ই মোক তোমাৰ পৰাকিনো হ’ল সপোন সপোনেই ৰ’লসাধনা আজি যে ...
18/06/2026

সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে
এইয়া মোৰ সুভকামনা
লাহে লাহে আতৰাই আনি ল’লো
ম‍ই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল
সাধনা আজি যে আধৰুৱা হ’ল
মন যায় মন যায় মন যায়

゚

Address

Sonari

Website

Alerts

Be the first to know and let us send you an email when লো-kel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share