BTR Infotech Assam

BTR Infotech Assam Following my page

BPFৰ বিধায়িনী দলৰ বৈঠক সম্পন্ন, নতুন নেতৃত্ব নিৰ্বাচনকোকৰাঝাৰ, ২০ মে’ঃ Bodoland People's Front (BPF)ৰ বিধায়িনী দলৰ এক ...
20/05/2026

BPFৰ বিধায়িনী দলৰ বৈঠক সম্পন্ন, নতুন নেতৃত্ব নিৰ্বাচন

কোকৰাঝাৰ, ২০ মে’ঃ

Bodoland People's Front (BPF)ৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক আজি সম্পন্ন হয়। বৈঠকত দলৰ নতুন নেতৃত্ব নিৰ্বাচন কৰা হয় বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, ৰবিৰাম নাৰ্জাৰীক BPF ৰ বিধায়িনী দলৰ দলপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। আনহাতে, ৰিহন দৈমাৰীক চীফ হুইপ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। উপ-দলপতি হিচাপে থানেশ্বৰ বড়োক নিৰ্বাচিত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, সদ্য নিৰ্বাচিত ৪ জন নতুন বিধায়কসহ মুঠ ১০ জন BPF বিধায়কে শীঘ্ৰেই শপত গ্ৰহণ কৰিব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে।

এই বৈঠকক কেন্দ্ৰ কৰি BPFৰ ভিতৰত নতুন ৰাজনৈতিক সমীকৰণ আৰু আগন্তুক দিনৰ কৌশলক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।
゚viralシfypシ゚viralシalシ ゚

19/05/2026

゚viralシfypシ゚viralシalシ

পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব আসাম প্ৰিমিয়াৰ লীগ। ゚viralシfypシ゚viralシalシ
19/05/2026

পোন প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত হ'ব আসাম প্ৰিমিয়াৰ লীগ।
゚viralシfypシ゚viralシalシ

🥗🥗🥗🥗🥗মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ 'ভাৰত ভূষণ চানক্য' সন্মান। সদৌ অসম ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা এই সন্মান প্ৰদান ।🥗...
19/05/2026

🥗🥗🥗🥗🥗মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ 'ভাৰত ভূষণ চানক্য' সন্মান। সদৌ অসম ব্ৰাহ্মণ সমাজৰ তৰফৰ পৰা এই সন্মান প্ৰদান ।🥗🥗🥗🥗🥗🥗

|

📍 আজি জুবিন হ*ত্যাৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানি     ゚viralシ   ゚
18/05/2026

📍 আজি জুবিন হ*ত্যাৰ গোচৰত অভিযুক্ত
শেখৰজ্যোতি গোস্বামীৰ জামিনৰ শুনানি

゚viralシ ゚

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when BTR Infotech Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share