AbhiPriya

AbhiPriya Welcome to AbhiPriya. This is an informative channel. Where you'll get inspiring stories & knowledge.

20/04/2025

সূৰুযমুখী ছোৱালী বিহু-হুঁচৰি দল, ধেমাজি । #বিহু #ছোৱালীবিহু #ৰঙালী #ধেমাজি

08/02/2025

✅ শিখ ধৰ্মাৱলম্বী 'জ্ঞানী জশবীৰ সিং' প্ৰতিবছৰৰ দৰে এইবছৰো শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৪ সংখ্যক যোৰহাট অধিৱেশনলৈ আহিছে।
✅ গুৰুজনাৰ লগতে গুৰুনানকৰ ধৰ্ম-দৰ্শনৰ কথা তেওঁৰ মুখেৰেই শুনক ।
゚ ゚

06/02/2025

✅ তামুলপুৰৰ Bijoy Das (বিজয় দাসে) হুবহু আপোনাৰ ছবি গামোচাত তোলে!
✅ শেহতীয়াকৈ জন্মাষ্টমীত 'শ্ৰীকৃষ্ণ'ৰ ফটো এখনৰ জৰিয়তে সামাজিক মাধ্যমত ভাইৰেল হৈছিল বয়নশিল্পী গৰাকী।
✅ আপুনিও আপোনাৰ প্ৰিয়জনৰ ছবি বিজয়ৰ যাদুকৰী হাতেৰে গোমোচাত তুলিব পাৰে।
✅ আহকচোন ভিডিঅ'টিত বিজয়ৰ বিষয়ে কিছু নজনা কথা জানো!
#বয়নশিল্প #শিপিনী #অসম

゚viralシfypシ゚ ゚ ゚

23/01/2025

Welcome to Abhipriya . This is an informative channel where you'll get some valuable knowledge, Inspiring stories, success stories. Thankyou 🙏

Address

Tangla
784521

Website

Alerts

Be the first to know and let us send you an email when AbhiPriya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share