BINDU KRISH N

BINDU KRISH N প্ৰশংসা আৰু সমালোচনা দুয়োটাই গ্ৰহণ কৰি আগবাঢ়ক কিয়নো এপাহ ফুলৰ বাবে ৰ'দ আৰু বৰষুন দুয়োটাই প্ৰয়োজন🙏🤗

06/11/2025

Schoolৰ science exhibition ত।এইবাৰ প্ৰথম অংশগ্ৰহন কৰিছে😊ভালকৈ জনা নাই তথাপিও চেষ্টা কৰিছে।কেনেকুৱা হৈছে জনাব 🙏

Good morning friends😍Krish আজি মা পাপাৰ লগত ফুৰিব যাব🥰
06/11/2025

Good morning friends😍
Krish আজি মা পাপাৰ লগত ফুৰিব যাব🥰

04/11/2025

Good night

Krish with his cute friends❤️❤️❤️
02/11/2025

Krish with his cute friends❤️❤️❤️

sweetheart❤️❤️                                                    Bindu😘
01/11/2025

sweetheart❤️❤️
Bindu😘

Good morning❤️❤️
30/10/2025

Good morning❤️❤️

Krish এতিয়া সৰু হৈ আছে,একো বুজি নাপায় কিন্তু যেতিয়া ডাঙৰ হব তেতিয়া এই ফটোখিনি দেখোৱাব পাৰিম।তাক কব পাৰিম যে আজি কলাইগাঁও...
29/10/2025

Krish এতিয়া সৰু হৈ আছে,একো বুজি নাপায় কিন্তু যেতিয়া ডাঙৰ হব তেতিয়া এই ফটোখিনি দেখোৱাব পাৰিম।তাক কব পাৰিম যে আজি কলাইগাঁওত অনুস্থিত হোৱা জুবিনদাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুস্থান,যত ৫০০০মহিলাই একেলগে মায়াবিনী গীত গাইছিল সেইটো অনুস্থানত সিও গৈছিল।লগত আছে তাৰ বান্ধৱী ধিচানা আৰু কনিজ দাদা😊

হাঁহি জীৱনৰ মূলমন্ত্ৰ☺️হাঁহিয়ে মনলৈ আনন্দ কঢ়িয়াই আনে সেইকাৰনে নিজেও হাঁহি থাকক আৰু আনকো হাঁহি এটি উপহাৰ দিবলৈ চেষ্টা কৰক...
27/10/2025

হাঁহি জীৱনৰ মূলমন্ত্ৰ☺️
হাঁহিয়ে মনলৈ আনন্দ কঢ়িয়াই আনে সেইকাৰনে নিজেও হাঁহি থাকক আৰু আনকো হাঁহি এটি উপহাৰ দিবলৈ চেষ্টা কৰক🤗
বিন্দু আৰু ক্ৰিছৰ লগত অলপমান ভাললগা মুহূৰ্ত🤗🤷‍♀️

Address

Tangla

Website

Alerts

Be the first to know and let us send you an email when BINDU KRISH N posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share