Krishna Sum

Krishna Sum সহজ সৰল মন মোৰ😌কাকো আঘাত পোৱাকৈ কথা নকও🤗আনৰ সুখত সুখী আনৰ দুখত দুখী সকলোৰে লগত তেনেকৈয়ে মিলি যাও...

সময়বোৰ ধৰি ৰাখিব পৰা হলে এই সময়খিনি আতৰি ন'গল হয়। কিছুমান সপোন পুহি ৰাখিছো সেইবোৰ সপোন এ বাস্তৱ কৰিবৰ বাবে চেষ্টা কৰি আছ...
29/06/2025

সময়বোৰ ধৰি ৰাখিব পৰা হলে এই সময়খিনি আতৰি ন'গল হয়। কিছুমান সপোন পুহি ৰাখিছো সেইবোৰ সপোন এ বাস্তৱ কৰিবৰ বাবে চেষ্টা কৰি আছিলো,বৰ্তমানো কৰি আছো নাজানো কিমান দূৰ সম্ভৱ কিন্তুু চেষ্টা অব্যাহত ৰাখিম☺️

এই যে ফটোকপি মোৰ বহুত প্ৰিয় কিয় জানেনে কলেজলৈ বুলি প্ৰথমবাৰ চাদৰ মেখেলা পৰিধান কৰি গৈছিলো আৰু এনেকৈয়ো যে মনত কিমান ফূৰ্ত...
29/06/2025

এই যে ফটোকপি মোৰ বহুত প্ৰিয় কিয় জানেনে কলেজলৈ বুলি প্ৰথমবাৰ চাদৰ মেখেলা পৰিধান কৰি গৈছিলো আৰু এনেকৈয়ো যে মনত কিমান ফূৰ্তি লাগে নহয়নে বাৰু🤗

29/06/2025
সহজ সৰল বুলি জানিলে মানুহে আঘাত দিবলে সুবিধা পায় হয়নে নহয় বাৰু🤔🙂
29/06/2025

সহজ সৰল বুলি জানিলে মানুহে আঘাত দিবলে সুবিধা পায় হয়নে নহয় বাৰু🤔🙂

Address

Bonai Pothalial Gaon
Teok

Website

Alerts

Be the first to know and let us send you an email when Krishna Sum posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share