Tezpur-খবৰ

Tezpur-খবৰ তেজপুৰৰ প্ৰতিটো সত্য আৰু শুদ্ধ খবৰৰ বাবে আমাৰ পেজটো ফ'ল (Follow) ৰাখিব ।
(6)

ঢেকীয়াজুলিত মুঠ ৮ গৰাকী ঠগ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ঢেকীয়াজুলি আৰক্ষীৰ ।সমগ্ৰ ৰাজ্যতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।...
05/09/2026

ঢেকীয়াজুলিত মুঠ ৮ গৰাকী ঠগ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ঢেকীয়াজুলি আৰক্ষীৰ ।সমগ্ৰ ৰাজ্যতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।চৰকাৰী কাৰ্যালয়ত ধন লোৱা,মাটিৰ দালাল কোনো নাযাব বাছি।

05/09/2026

কেওৰিখোন্দা উচ্চ মাধ্যমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন
শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত কেওৰিখোন্দা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰা হয়।

04/09/2026

শিক্ষক দিৱসৰ প্ৰাকক্ষণত ডাংগাবস্তিৰ ৰাজীৱ পান ভাণ্ডাৰত বিশেষ অফাৰ, সাজু বিভিন্ন সামগ্ৰীৰ সম্ভাৰ

04/09/2026

📌 মুখ্যমন্ত্ৰীক প্ৰশ্ন সোধাৰ পৰিণতি ভ*য়ংকৰ?
থানালৈ মাতি নি মহিলা সাংবাদিকক প্ৰহাৰৰ অভিযোগ!
📌থানাৰ ভিতৰতে সাংবাদিকগৰাকীৰ বিস্ফোৰক অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্য
ৰাজধানী দিল্লীত সংঘটিত এই ঘটনাক..

03/09/2026

শিলৰ ওপৰত সন্তান প্ৰসৱ, ১৮ দিনেও নাই আশ্ৰয়!

নাজিৰাৰ বিহুবৰত বানাক্ৰান্ত মাতৃ-শিশুৰ কৰুণ ছবি

03/09/2026

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঢেকিয়াজুলিত আছুৰ প্ৰতীকী ‘শৱযাত্ৰা’

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত ক্ষুব্ধ আছু, ঢেকিয়াজুলিত উত্তাল প্ৰতিবাদ

আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ঢেকিয়াজুলিত আছুৰ ‘শৱযাত্ৰা’

02/09/2026

লাহৰিজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা, পুখুৰীসদৃশ গাঁতে জ্বলাকলা খুৱাইছে পথচাৰীক

01/09/2026

♦️চাহ মজদুৰ সংঘৰ সংবাদমেল
♦️দুৰ্গা পূজাৰ ২০ দিন পূৰ্বেই বোনাচ দিয়াৰ দাবী চাহ মজদুৰ সংঘৰ
♦️বোনাচৰ ধন হাতে হাতে দিয়ক—শ্ৰম বিভাগক দাবী চাহ মজদুৰ সংঘৰ

01/09/2026

📌গুৱাহাটীত OLA–UBER–RAPIDO সেৱা বন্ধ, বিপাঙত হাজাৰ হাজাৰ যাত্ৰী ।
📌 চালকৰ দাবী পূৰণ নোহোৱাত ১ ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কেব-বাইক সেৱা ।
📌 ভাড়া বৃদ্ধিকে ধৰি কেইবাটাও দাবী, ‘ৰাজপথ খালী’ কৰিলে OLA–UBER–RAPIDO চালকে ।

31/08/2026

♦️ঢেকিয়াজুলিত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ত গোট ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন
♦️২০২৬-২৭ বৰ্ষৰ বাবে গঠন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি, অধিৱেশনত উপস্থিত দুই শতাধিক ছাত্ৰ-ছাত্ৰী

Address

Biswanath Charali
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Tezpur-খবৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share