Assam Today NE

  • Home
  • Assam Today NE

Assam Today NE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assam Today NE, News & Media Website, .

31/01/2025

⏩ভাওঁৰাগুৰী নৱনিৰ্মিত শ্নাশান মা তাৰা মন্দিৰৰ লাইখুটাৰ শুভ উদ্ধোধন অনুষ্ঠান

31/01/2025

⏩সদৌ টাই যুৱ‌-ছাত্ৰ পৰিষদ নামতি আঞ্চলিক সমিতি, নামতি দ'ল টাই শিক্ষা সাংস্কৃতিক বিকাশ কেন্দ্ৰ ও নাজিৰা আৰু আমগুৰি বাসী ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে মেডাম -মে-ফি উদযাপন কৰা হৈছে ।

31/01/2025

⏩শিৱসাগৰ জিলাৰ ঐতিহাসিক দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংবাদমেল

31/01/2025

📌নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কাইলৈৰ পৰা আৰম্ভ হ'ব ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন।

31/01/2025

📌বি টি আৰত নিৰ্বাচনৰ গৰম বতাহ।
📌নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি টি আৰত আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ কুচ-কাৱাজ।


30/01/2025

📌সাপকাটাত ইউ,পি,পি,এল দলৰ যোগদান কাৰ্য্যসূচী।
📌বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাচদাৰ নেতৃত্বত আৰু সাপকাটা ভিচিডিচিৰ উদ্যোগত আবেলি ৫ বজাত প্ৰায় দুইশৰো অধিক লোক যোগদান কৰে।

30/01/2025

⭕নাজিৰাত দিখৌ গৰা খনন কৰি অবৈধ শিল খনন অসাধু চক্ৰৰ
⭕লক্ষ্মীজান বন বিভাগে অভিযান চলাই জব্দ কৰে ৫ খনকৈ শিল কঢ়িওৱা ডাম্পাৰ সহ এটা মেচিন

30/01/2025

📌ওদালগুৰিৰ ৰৌতাৰ দক্ষতা বিকাশ কেন্দ্রত নিয়োগপত্র বিতৰণ অনুষ্ঠান | Automotive Service Technician ৰ ৩০ গৰাকীকৈ শিক্ষার্থীক বিতৰণ কৰা হয় নিযুক্তিপত্র |
📌৭৭ দিনীয়া প্রশিক্ষণৰ অন্তত শিক্ষার্থীসকল বিতৰণ কৰা হয় নিয়োগপত্রৰ |

30/01/2025

📌ৰঙিয়াৰ দলৈগাৱত ভয়ংকৰ পথ দুৰ্ঘটনা।বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ ৰঙিয়া ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ।
📌দুৰ্ঘটনাত আহত গাড়ী চালক সহ ৭ জনকৈ লোক ।
📌AS 25 FC 3666 নম্বৰৰ ডাম্পাৰখন । আনফালে কাউলি ৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল AS14 C 4182 নম্বৰৰ যাত্ৰী বাহী বাছখন ।

29/01/2025

📌নিশা মানকাচৰৰ ভুৰাকাটাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
📌আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল জব্দ।
📌আৰক্ষীয়ে Tramadol কেপচুল ৯২০ জব্দ কৰাৰ লগতে ৫০২২ নগত টকা , মোবাইল ২ টা জব্দ কৰে।

29/01/2025

📌BTC ত এইবাৰ TMC ৰ চৰকাৰ ! যিকোনো স্বাৰ্থৰ বিনিময়ত এই বেলি BTC দখলৰ হুংকাৰ তৃণমূল কংগ্রেছৰ |
📌ৰৌতাৰ সিধাখোৱাত ধনশ্রী পৰিষদীয় সমষ্টিৰ ব্লক সমিতি গঠন আৰু যোগদান কার্যসূচী

28/01/2025

📌নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অহা ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ১২ দিনীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন

Address


Website

Alerts

Be the first to know and let us send you an email when Assam Today NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share