Xunpahi

Xunpahi Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Xunpahi, Video Creator, Tezpur.
(2)

27/08/2026

মানুহজন আৰু মই দুয়ো মিলি ব্যৱসায়টো আৰম্ভ কৰিছোঁ🥹🙏// Support System ত চলি আছোঁ❤️

Shop Now:-
https://shop.protogrow.in/Trishna-V1443-website

জীৱনটো জীয়াই থকাত জুবিন দাৰ গান বোৰে বহুত সাহস দিছে,,,Ufff তেওঁৰ কণ্ঠই অন্তৰখন শান্ত কৰি ৰাখিছে,,,ককাই খুব মনত পৰে আপোন...
25/08/2026

জীৱনটো জীয়াই থকাত জুবিন দাৰ গান বোৰে বহুত সাহস দিছে,,,Ufff তেওঁৰ কণ্ঠই অন্তৰখন শান্ত কৰি ৰাখিছে,,,ককাই খুব মনত পৰে আপোনালৈ🥹❤️ আপোনাৰ গীতবোৰৰ লগতেই জীয়াই থকা দিন কেইটা পাৰ কৰিম🥹🥹🥹😭😭

22/08/2026

Good Night 🤗🙏
20/08/2026

Good Night 🤗🙏

বিচাৰিলেও নাপাব পাৰোঁ,, নিবিচৰাকৈয়ে হয়টো বহুত পাম,,,পোৱা নোপোৱাৰ আশাতেই জীৱন চলি আছে আৰু চলি যাব,,, Ohhoo যাওঁ গৈ কৰবা...
20/08/2026

বিচাৰিলেও নাপাব পাৰোঁ,, নিবিচৰাকৈয়ে হয়টো বহুত পাম,,,পোৱা নোপোৱাৰ আশাতেই জীৱন চলি আছে আৰু চলি যাব,,, Ohhoo যাওঁ গৈ কৰবাত😍🤔🤔🤔

কিছুমান সপোন দেখুৱাবলৈ হে ভাল,,,সেইটো বাস্তব কৰি তোলাৰ ক্ষেত্ৰত কিমানজনে চেষ্টা কৰে সেইটো হে চাব লগীয়া🤗🤗 Good Night দেই...
19/08/2026

কিছুমান সপোন দেখুৱাবলৈ হে ভাল,,,সেইটো বাস্তব কৰি তোলাৰ ক্ষেত্ৰত কিমানজনে চেষ্টা কৰে সেইটো হে চাব লগীয়া🤗🤗 Good Night দেই ❤️

নিজৰ সংগই আটাইতকৈ সুন্দৰ😍,, আনৰ সংগত থাকিলে নিজৰ ভাল ভাল সময় বোৰ,,ভাল লগা মুহূৰ্ত বোৰ কিছুমান আল্টো ফাল্টু কাৰণত গুচি য...
19/08/2026

নিজৰ সংগই আটাইতকৈ সুন্দৰ😍,, আনৰ সংগত থাকিলে নিজৰ ভাল ভাল সময় বোৰ,,ভাল লগা মুহূৰ্ত বোৰ কিছুমান আল্টো ফাল্টু কাৰণত গুচি যাব😌,,ইমান সময় কাৰো নাই কাৰোবাৰ বিষয়ে আলোচনা কৰি থাকিব,,জীৱনে দৌৰাই আছে দৌৰি থাক,,🏃‍♀️🏃,একদম ৰৈ নিদিবি,,,ৰৈ দিলেই So Called আপোন বুলি কোৱা মানুহৰ জাতটোৱে কষ্ট দিব,,, দম আছে কাম কৰি দেখা💪,,,লোকৰ চৰ্চা পিছত কৰিবি,🫵,বেয়া দিন কাৰ কেতিয়া আহে ঠিক নাই,,So বেছি অহংকাৰ নকৰিবি,,ভালে থকা দিন কেইটা কষ্ট কৰ🤗ভয় কাৰোলৈ নকৰিবি,,,ভগবানক ভয় কৰ,,,কৰ্মৰ ফলটো তেওঁ হে দিব❤️🙏🤗

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when Xunpahi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Xunpahi:

Shortcuts

Share

Category