ATTSA new work update from Phuloguri

  • Home
  • ATTSA new work update from Phuloguri

ATTSA new work update from Phuloguri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ATTSA new work update from Phuloguri, Media, .

22/06/2025
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত সন্তোষ কুমাৰ তপ্ন দেৱৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী গভ...
21/11/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰয়াত সন্তোষ কুমাৰ তপ্ন দেৱৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো।
জয়তু আটছা

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্ৰাথমিক গোটৰ উদ্যোগত ও স্থানীয় ৰাইজৰ সহযোগত অহা ইং ০১-১০-২৪ তাৰিখ মঙ্গলবাৰে ...
26/09/2024

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্ৰাথমিক গোটৰ উদ্যোগত ও স্থানীয় ৰাইজৰ সহযোগত অহা ইং ০১-১০-২৪ তাৰিখ মঙ্গলবাৰে ফুলগুৰি প্ৰাথমিক গোট আটছাৰ অষ্টম বাৰ্ষিক কৰম উৎসৱ উদযাপন কৰা হৈছে। গতিকে সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ।

আজি ৭ জুন , অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ ৩৬ তম্‌ শ্বহীদ দিৱস। জাতিৰ হকে প্ৰাণ দিয়া প্ৰত্যেক গৰাকী আটছা নেতাৰ ত্যাগ ...
07/06/2024

আজি ৭ জুন , অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ ৩৬ তম্‌ শ্বহীদ দিৱস। জাতিৰ হকে প্ৰাণ দিয়া প্ৰত্যেক গৰাকী আটছা নেতাৰ ত্যাগ আৰু বলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো।
“হে শ্বহীদ সকল”
“তোমালোকলৈ শত কোটি প্ৰণামো।”

আটছা জিন্দাবাদ্

28/12/2023
অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) তেজপুৰ শাখা সমিতিৰ নৱ নিৰ্বাচিত  সভাপতি অখিল যোচেফ তিৰ্কী আৰু নৱ নিৰ্বাচিত সম্পাদক পংকজ...
11/12/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) তেজপুৰ শাখা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি অখিল যোচেফ তিৰ্কী আৰু নৱ নিৰ্বাচিত সম্পাদক পংকজ নায়ক ডাঙৰীয়াৰ লগতে নৱ নিৰ্বাচিত সমুহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

জয়তু আটছা
জয় আই অসম

05/12/2023

কন্ঠশিল্পী প্রিয়ম বনিতা লহাৰ বাইদেউৰ কন্ঠত অতি শীঘ্ৰেই মুক্তি লাভ কৰিব 'অসম চাহ জনজাতি ছাত্ৰ সন্থাক' শ্ৰদ্ধা কৰি গোৱা আটছা জিন্দাবাদ গীতটি ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ নিমন্ত্ৰণ পত্র।
05/12/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ নিমন্ত্ৰণ পত্র।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জন্মদাতা,সমাজ সংগঠনৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰা সমাজ সংগঠক, ...
21/11/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জন্মদাতা,সমাজ সংগঠনৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰা সমাজ সংগঠক, সমাজহিতৈষী প্ৰয়াত সন্তোষ কুমাৰ তপ্নদেৱৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো।।
জয়তু আটছা..

🙏🙏🙏
07/11/2023

🙏🙏🙏

18/10/2023

Singer Sunita Boniya 7th Korom Fastival Phuloguri

Address


Website

Alerts

Be the first to know and let us send you an email when ATTSA new work update from Phuloguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share