Abubakkar Siddik

Abubakkar Siddik 𝐀.𝐆𝐞𝐧𝐞𝐫𝐚𝐥 𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲 𝐍𝐄𝐌𝐒𝐔 𝐂𝐞𝐧𝐭𝐫𝐚𝐥 𝐂𝐨𝐦𝐦𝐢𝐭𝐭𝐞𝐞.
𝐎𝐰𝐧𝐞𝐫 𝐎𝐟 𝐌𝐚𝐭𝐫𝐢𝐛𝐡𝐮𝐦𝐢 𝐍𝐞𝐰𝐬 𝐀𝐱𝐨𝐦.
𝐌𝐨𝐭𝐢𝐯𝐚𝐭𝐢𝐨𝐧𝐚𝐥 𝐒𝐩𝐞𝐚𝐤𝐞𝐫.

দিনবোৰ পাৰ হৈ যাব, কিন্তু এই ছবিখনে কলেজৰ দিনবোৰ সদায় সজীৱ কৰি ৰাখিব 💫💞
04/08/2026

দিনবোৰ পাৰ হৈ যাব, কিন্তু এই ছবিখনে কলেজৰ দিনবোৰ সদায় সজীৱ কৰি ৰাখিব 💫💞

বড়োভূমিৰ সংখ্যালঘু জনগোষ্ঠীৰ আপোচবিহীন কণ্ঠস্বৰ, সাহসী ছাত্ৰ নেতা দাদা লাফিকুল ইছলাম আহমেদক ৯ বছৰ পূৰ্বে আজিৰ এই দিনটোতে...
01/08/2026

বড়োভূমিৰ সংখ্যালঘু জনগোষ্ঠীৰ আপোচবিহীন কণ্ঠস্বৰ, সাহসী ছাত্ৰ নেতা দাদা লাফিকুল ইছলাম আহমেদক ৯ বছৰ পূৰ্বে আজিৰ এই দিনটোতে দিন-দুপৰতে নিৰ্মমভাৱে হত্যা কৰা হৈছিল।
এই কলা দিনটোত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। মহান আল্লাহে তেখেতক জান্নাতুল ফিৰদৌছ নচিব কৰক। আমাক ন্যায় লাগে..... 🖤✊


সাংবাদিক বন্ধু সকলৰ সৈতে কিছু সময়।
01/08/2026

সাংবাদিক বন্ধু সকলৰ সৈতে কিছু সময়।

30/07/2026

অসমলৈ আপোনাক স্বাগতম 🙏🤲💝

#অসম

উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু) পশ্চিম শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পলাশবস্তি আঞ্চলিক সমিতিৰ উদ্যোগত আয়...
26/07/2026

উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমছু) পশ্চিম শোণিতপুৰ জিলা সমিতিৰ অন্তৰ্গত পলাশবস্তি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত সজাগতা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকোঁ।
উক্ত সভাত উপস্থিত থাকে -
সভাত সভাপতিত্ব কৰে - জয়নগৰ আঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক #শ্বাহজামাল_ আলী ডাঙৰীয়াই।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় #বদৰুল_ইছলাম ডাঙৰীয়া ।
আমন্ত্ৰিত_অতিথি সকল্ ----
*AJYCP ৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা #ৰাণা_প্ৰতাৱ_বৰুৱা ডাঙৰীয়া।
* নেমছুৰ প্ৰাক্তন শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ুছেইন ডাঙৰীয়া।
*পশ্চিম শোণিতপুৰ জিলা নেমছুৰ সভাপতি #গুলজাৰ_হুছেইন ডাঙৰীয়া।
*সমাজ কৰ্মী #ফাৰুক_আব্দুল্লা ডাঙৰীয়া।
*সমাজ কৰ্মী #জামাল_আলী ডাঙৰীয়া।
*সমাজ কৰ্মী #আমিনুল_হক ডাঙৰীয়া।

আৰু উপস্থিত থাকে জয়নগৰ আঞ্চলৰ বিশিষ্ট সমাজকৰ্মী সকল , নেমছুৰ সৈনিক সকল।

যেতিয়া সমগ্ৰ দেশৰ শিক্ষাৰ্থী সমাজ নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ বাবে একত্ৰিত হয়, তেতিয়া যিকোনো শক্তিয়েই আঁতৰি যাবলৈ বাধ্য হ...
25/07/2026

যেতিয়া সমগ্ৰ দেশৰ শিক্ষাৰ্থী সমাজ নিজৰ অধিকাৰ আৰু ভৱিষ্যতৰ বাবে একত্ৰিত হয়, তেতিয়া যিকোনো শক্তিয়েই আঁতৰি যাবলৈ বাধ্য হয়। NEET কেলেংকাৰী আৰু পৰীক্ষাৰ খেলিমেলিৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি শিক্ষা মন্ত্ৰীৰ পদত্যাগে প্ৰমাণ কৰিলে যে গণতন্ত্ৰত জনসাধাৰণৰ আৰু ছাত্ৰ সমাজৰ কণ্ঠ আটাইতকৈ শক্তিশালী। এইয়া এক নতুন আৰম্ভণি ✊✌️✨

ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে সুখ-দুখৰ সতীৰ্থ, উদাৰতা আৰু মানৱতাৰ অনন্য নিদৰ্শন —  #বদৰুদ্দিন_আজমল চাহাব ডাঙৰীয়া 🙏
24/07/2026

ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে সুখ-দুখৰ সতীৰ্থ, উদাৰতা আৰু মানৱতাৰ অনন্য নিদৰ্শন — #বদৰুদ্দিন_আজমল চাহাব ডাঙৰীয়া 🙏

Address

Dhekiajuli
Dhekiajuli
784117

Website

Alerts

Be the first to know and let us send you an email when Abubakkar Siddik posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share