E News অসম-Assam

  • Home
  • E News অসম-Assam

E News অসম-Assam e news
e- eye for asom অসমৰ খবৰ
e- entertainment সাংস্কৃতিক খবৰ

■অভিনন্দন জনালোঁ।আমেৰিকাৰ বাৰ্মিংহামত হৈ থকা "2025 World Police & Fire Games" ত অসমৰ ( ধলাইবিলৰ যুৱক) কাকু বৰা ই পাঞ্জাত...
04/07/2025

■অভিনন্দন জনালোঁ।
আমেৰিকাৰ বাৰ্মিংহামত হৈ থকা "2025 World Police & Fire Games" ত অসমৰ ( ধলাইবিলৰ যুৱক) কাকু বৰা ই পাঞ্জাত 70 কেজি শাখাৰ সোঁহাত আৰু বাওঁহাত দুই বিভাগতে সোনৰ পদক জয় কৰি ৰাজ্যখনলৈকে নহয়, সমগ্র দেশলৈকে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
eNews অসম◆04.07.25

🙏■লাহোৱালৰ ছাগলীকটাত পবিত্ৰ বিষ্ণু ৰাভা দিৱসৰ  দিনা উন্মোচিত হল প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ এক জীৱন্ত প্ৰতিমূৰ্তি ।কা...
22/06/2025

🙏■লাহোৱালৰ ছাগলীকটাত পবিত্ৰ বিষ্ণু ৰাভা দিৱসৰ দিনা উন্মোচিত হল প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ এক জীৱন্ত প্ৰতিমূৰ্তি ।কাষত শিল্পী গৰাকীৰ পত্নী-পুত্ৰ। ৰাজীৱ শদিয়া অসমীয়াৰ হৃদয়ত সদায় জীয়াই থাকিব।✅জয় আই অসম। ◆eNews অসম।

11/02/2025

■ শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ। নন্দিকেশ্বৰ, জামুগুৰিহাট।
◆দ্বিতীয় দিনৰ জলাহৰণ (গোপিনীৰ পানীতোলা)
◆সূৰ্য্যাগ্নি আহৰণ।
■eNewsঅসম।■১১/০২/২৫

09/02/2025

■ সদৌ জামুগুৰিব ব্ৰাহ্মণ সমাজৰ উদ‍্যোগত
শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞ আৰম্ভ।
◆ ৯,১০,১১,আৰু১২ ফেব্ৰুৱাৰী।
■eNewsঅসম■০৯/০২/২৫

24/11/2024

■শোণিতপুৰ জিলা ব্ৰাহ্মণ সমাজৰ কাৰ্যনিৰ্বাহ সভা।
■চাৰিদুৱাৰ আঞ্চলিক সমাজৰ আতিথ‍্যত।
■ঐতিহাসিক সিদ্ধান্ত তেজপুৰ আঞ্চলিকক পঞ্চাশ বছৰৰ পিছত স্বীকৃতি প্ৰদান।
■জিলা যুৱ অভিবৰ্তনৰ সিদ্ধান্ত।
eNewsঅসম■২৪/১১/২০২৪

15/11/2024

■সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজৰ উদ‍্যোগত
■আজি শ্ৰীশ্ৰী মহাবিষ্ণু যজ্ঞৰ ধ্বজা স্থাপন যজ্ঞস্থলী নন্দিকেশ্বৰত।
■ধ্বজা স্থাপন কৰে শ্ৰী যতিন্দ্ৰ ভাগৱতী দেৱে।
■eNewsঅসম■১৫/১১/২০২৪

11/11/2024

■ উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিৰ সৌজন‍্যত ৬৬ তম বাৰ্ষিক অহোৰাত্ৰ হৰি কীৰ্ত্তন মহোৎসৱ।
■আজি ১১ নৱেম্বৰত স্মৃতি গ্ৰন্থ উন্মোচন কৰে
শ্ৰীশ্ৰীজনাৰ্দন দেৱ গোস্বামী দেৱে।
■১১,১২,১৩ নৱেম্বৰ তিনিদিনীয়া কাৰ্যসূচী।
◆eNewsঅসম।■১১/১১/২০২৪
#কেন্দ্ৰীয়_হৰি_কীৰ্ত্তন

05/11/2024

■ ধলাইবিলত সুধাকণ্ঠ ড৹ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উদযাপন।
■ ড৹ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ‍্যোগত সন্ধ্যা ধলাইবিল কেন্দ্ৰস্থলত স্মৃতি তৰ্পন।
■বন্তি প্ৰজ্বলন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ বৰাই।
■enewsঅসম ■০৫-১১-২০২৪

02/11/2024
02/11/2024

১৯ অক্টোবৰত
■ধলাইবিলৰ চেগুনবাৰীত শ্ৰীশ্ৰী কালী পূজা উদযাপন।
■সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী পদ্ম হাজৰিকা দেৱে।
■eNewsঅসম■ ০২/১১/২৪
■নৃত্য প্ৰতিযোগিতাৰ ত শতাধিক শিশুৱে অংশগ্ৰহণ কৰে।

।।অভিনন্দন।।
05/06/2024

।।অভিনন্দন।।

20/05/2024

■ ধলাইবিলৰ কলাগুৰু চিত্ৰকলা বিদ‍্যালয়ৰ সফলতা।■ দুই হাজাৰৰো অধিক প্ৰতিযোগী থকা চিত্ৰাংকন প্ৰতিযোগিতাৰ ত প্ৰথম- গীতাঞ্জলী নাথ, চতুৰ্থ- নয়ণ পানীকা।

Address

TX

Telephone

+19365237149

Website

Alerts

Be the first to know and let us send you an email when E News অসম-Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to E News অসম-Assam:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share