TRUTH BARTA

TRUTH BARTA সত্যৰ সন্ধানত অবিৰত যাত্ৰা TRUTH বাৰ্তা।

যিকোনো বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896827571

বিকাশ অসমৰ এটি বিশেষ ফেচবুক পষ্ট আপুনিও একমত নে? জনাওক কমেন্টত।
09/10/2025

বিকাশ অসমৰ এটি বিশেষ ফেচবুক পষ্ট আপুনিও একমত নে? জনাওক কমেন্টত।

09/10/2025

জুবিনৰ কোটি কোটি টকা কোনে লুটিলে ?
অৱশেষত মুখ খুলিলে গৰিমা গাৰ্গে

ৰিণিকি ভূঞা শৰ্মা লৈ অখিল গগৈয়ে চিঠি প্ৰেৰণ কৰে।
09/10/2025

ৰিণিকি ভূঞা শৰ্মা লৈ অখিল গগৈয়ে চিঠি প্ৰেৰণ কৰে।

09/10/2025

জুবিনৰ সহযোগী শিল্পী শতাব্দী বৰাই ধনৰ লেনদেনৰ বিষয়ে আশ্বৰ্যজনক মন্তব্য কৰাৰ পাছতে গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া।

#অসমীয়াবাতৰি #সত্যবার্তা #জয়জুবিনদা

মই এতিয়া মুক্তবিজেপিয়ে মোক জাৱৰৰ দৰে ব্যৱহাৰ কৰিলে'কেৱল মই নহয়, আগন্তুক সময়ত হাজাৰ হাজাৰ বিজেপি কর্মীয়ে দল ত্যাগ কৰিব'- ...
09/10/2025

মই এতিয়া মুক্ত

বিজেপিয়ে মোক জাৱৰৰ দৰে ব্যৱহাৰ কৰিলে'
কেৱল মই নহয়, আগন্তুক সময়ত হাজাৰ হাজাৰ বিজেপি কর্মীয়ে দল ত্যাগ কৰিব'

- ৰাজেন গোহাঁই

অসমীয়াৰ ডাঙৰ শত্রু বিজেপি। ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য।     #অসমীয়াবাতৰি  #সত্যবার্তা
09/10/2025

অসমীয়াৰ ডাঙৰ শত্রু বিজেপি। ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য।

#অসমীয়াবাতৰি #সত্যবার্তা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভালপোৱা সকলে কমেন্টত জয় জুবিন দা বুলি লিখিব।  #জয়জুবিনদা
09/10/2025

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভালপোৱা সকলে কমেন্টত জয় জুবিন দা বুলি লিখিব।

#জয়জুবিনদা

09/10/2025

জিয়াৰুল ইছলামৰ কো কান্ডয় লজ্জিত মানৱ সমাজ। পুনৰ মানৱ সমাজক লজ্জিত কৰিলে এইজন লম্পট জিয়াৰুল ইছলামে।

#অসমীয়াবাতৰি #সত্যবার্তা Highlight ⊕ TRUTH BARTA

09/10/2025

অবশেষত জমিয়তে জুবিন গাৰ্গক King of the world বুলি স্বীকৃতি দিলে। স্পষ্ট শব্দত King of the world অৰ্থাৎ পৃথিৱীৰ ৰজা বুলি উল্লেখ কৰিছে।

#অসমীয়াবাতৰি #সত্যবার্তা TRUTH BARTA

08/10/2025

গৰিমা গাৰ্গৰ লগত কি কথা পাতিলে জমিয়তৰ সভাপতি মস্তাক আনফৰ।
#অসমীয়াবাতৰি #সত্যবার্তা Highlight ⊕

08/10/2025

বিধায়ক পুঁজিৰ ধন আত্মহাতক লৈ ৰাইজে তীব্ৰ ক্ষোভ উজাৰিছে।

#অসমীয়াবাতৰি #সত্যবার্তা

08/10/2025

মুখ্যমন্ত্ৰীৰ তিনিচুকীয়া ভ্ৰমণৰ সময়তে, তিনিচুকীয়াত চাহ জনগোষ্ঠীৰ ভয়ংকৰ প্ৰতিবাদ। #সত্যবার্তা #অসমীয়াবাতৰি

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when TRUTH BARTA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TRUTH BARTA:

Share