আধৰুৱা আশাঁৰ তৃষ্ণা

আধৰুৱা আশাঁৰ  তৃষ্ণা 🌻অশ্ৰুৰ টোপালেৰে মচিব পাৰি যানো
হৃদয়ত বন্ধা স্মৃতিৰ প্ৰলেপ বোৰ 🌟

13/05/2024

✨বৰ্তমান সময়ত মানুহে
মুহুৰ্তবোৰ উপভোগ কৰিব
লাগে পৰিকল্পনাবোৰ নহয়।
(এতিয়া মানুহে ৰং কৰিবলৈ হে সময় লই সলাবলৈ নহয়)

07/08/2023

🌻আক্ষেপ নাথাকে
অপেক্ষা হে থাকিব কিয়নো
তেওঁ মোৰ হে প্ৰিয়.....🦋🌼

#অনুভৱৰপল

13/12/2022

🌻এতিয়া আৰু সম্পৰ্কবোৰ
ভাঙিবলৈ মন নাযায়। লাগিলে ৰৈ যাওক
কিন্তুু জীয়াই থকাটো বিচাৰো।।🌟🌟

#তৃষ্ণাতুৰ

08/12/2022
31/10/2022

🌻হেৰুৱাবলৈ নিবিচাৰো.....
আৰু বান্ধিৰাখিব ও নিবিচাৰো...
মাথোঁ তুমি মোৰহৈ থকাটো বিচাৰো.......

#তৃষ্ণাতুৰ

অভিমান বোৰ সামৰি......😊মৰমবোৰ আজুৰি......🤗আমি জানো হব নোৱাৰো    সেই বহাগৰ ....♥️ মই ধুলীয়া তুমি নাচনী..... 😍💝PicMousumiA...
26/10/2022

অভিমান বোৰ সামৰি......😊
মৰমবোৰ আজুৰি......🤗
আমি জানো হব নোৱাৰো
সেই বহাগৰ ....♥️
মই ধুলীয়া তুমি নাচনী..... 😍💝

PicMousumiArtiArtiArt

 #তৃষ্ণাতুৰ
05/09/2022

#তৃষ্ণাতুৰ

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when আধৰুৱা আশাঁৰ তৃষ্ণা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to আধৰুৱা আশাঁৰ তৃষ্ণা:

Share