Citizen's news

  • Home
  • Citizen's news

Citizen's news Official page of Citizen's News Web News Portal

15/07/2025

ৰঙাপৰাত এজন সাংবাদিকৰ বাসগৃহৰ পৰা চোৰে লুটি নিলে প্ৰায় চাৰি লক্ষাধিক টকাৰ আ-অলংকাৰ লগতে নগদ ধন।

ৰঙাপৰাত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ পিছফালৰ দুৱাৰৰ তলা ভাঙি চোৰে চুৰি কৰি নিয়ে মূল্যৱান সোনৰ আ-অলংকাৰ।

ৰঙাপৰাৰ ১ নং নামনিগাঁৱৰ নিৱাসী তথা গণ অধিকাৰ কাকতৰ স্থানীয় সাংবাদিক ছাহজাহান চেলিম কুৰেছিৰ বাসগৃহত ঘৰত সংঘটিত হয় এই চুৰিকাণ্ড।

সাংবাদিকজনে বিশেষ কামৰ বাবে পত্নীৰ সৈতে ওলাই গৈছিল তেজপুৰলৈ।তেজপুৰৰ পৰা ঘুৰি আহি ঘৰৰ সকলো বস্তু লণ্ড-ভণ্ড অৱস্থাত পৰি থকা দেখি হতভম্ভ হৈ পৰে।

09/07/2025

চি আই টি ইউৰ আহ্বানত ধৰ্মঘট সফল কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক ঢেকিয়াজুলিত।

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন , কৰ্মচাৰী ফেডাৰেচন আৰু সংযুক্ত কিষান মৰ্চা (চিটু)ৰ আহ্বানত আজি দেশজোৰা সাধাৰণ ধৰ্মঘট সমগ্ৰ দেশৰ লশৰ লগতে শোণিতপুৰৰ ঢেকিয়াজুলিতো পালন কৰা দেখা গল।

ধৰ্মঘট সফল কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক ৰাইজ।

07/07/2025

ঢেকিয়াজুলিত উদযাপন কৰা হল মহৰম।

মহৰম উপলক্ষে ওলিওৱা হল শোভাযাত্ৰা।

06/07/2025

ढेकियाजुली में मनाया गया मुहर्रम। मुहर्रम के अवसर पर निकाली गई शोक रैली।

04/07/2025

শোণিতপুৰ জিলাৰ তেজপুৰ এণ্ড ঘগৰা চাহ বাগিচাত আজি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।

চাহ বাগিচাখনৰ সাপ্তাহিক শণিবৰীয়া বজাৰৰ সমীপতে থকা এটা পুখুৰীত এগৰাকী মহিলাৰ মৃতদেহটো পৰি থকা দৃশ্য স্থানীয় আকালু কল নামৰ লোকজনে গৰুৰ এৰাল দিবলৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে।

মহিলাগৰাকী মৃতদেহ পুখুৰীটোৰ মাজত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাস্থলীত শালনীবাৰী আৰক্ষী চকীৰ এটা আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

04/07/2025

तेजपुर और घगरा चाय बागान में एक अज्ञात महिला का शव मिलने से इलाके में हड़कंप मच गया है।

महिला का शव बागान के एक पोखरी में मिला था ¹।

पुलिस ने शव को पोस्टमॉर्टम के लिए भेज दिया है और मामले की जांच शुरू कर दी है।

27/06/2025

শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ১ নং গাৰগুৱাজুলিৰ পৰা এজন ব্যক্তি সন্ধানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্ধানহীন হৈ থকা ব্যক্তিজনৰ নাম লান্দ্ৰা বসুমতাৰী। ব্যক্তিজন ১৭ জুনত ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে হঠাৎ সন্ধানহীন হৈ পৰে।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচৰা-খোচাৰ কৰিছে যদিও কোনো সন্ধান উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে। ঘটনাৰ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই।

আনহাতেদি কোনো সদাশয় লোকে যদি ব্যক্তিজনৰ সন্ধান লাভ কৰে 8133888399 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

26/06/2025

असम-अरुणाचल सीमा के पास १ नंबर गारगुजुली से एक व्यक्ति लापता: चिंतित परिवार।

26/06/2025

বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেন্দাই গাঁও পঞ্চায়তখন নৱনিৰ্বাচিত সদস্য-সদস্যাৰে গঠনক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

পঞ্চায়তৰ গঠনৰ সময়ত উপস্থিত থকা ঠেলামৰা ৰাজহ চক্ৰ বিষয়া তথা দণ্ডাধীক্ষ হিমাদ্ৰী বৰাই চৰকাৰী নীতি-নিয়মক সম্পূৰ্ণ ভাৱে ভেঙুচালি কৰা আৰু পক্ষপাতিত্ব লোৱাৰ গুৰুত্বৰ অভিযোগ তোলে অন্যান্য ৱাৰ্ড সদস্য আৰু স্থানীয় একাংশ ৰাইজে।

মাত্ৰ পাঁচ গৰাকী ৱাৰ্ড সদস্যৰ উপস্থিতিত চক্ৰ বিষয়া গৰাকীয়ে সভানেত্ৰী আৰু উপ-সভানেত্ৰীৰ নাম তৎক্ষণাত ঘোষণা কৰাৰ পাছতে আন পাঁচজন ৱাৰ্ড সদস্যৰ লগতে একাংশ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।

পাঁচজন ৱাৰ্ড সদস্য আৰু ৰাইজে ধেন্দাই গাঁও পঞ্চায়তৰ চৌহদত বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

25/06/2025

रंगापारा में ई-रिक्शा के पहिये से टकराकर युवती का दाहिना हाथ टूट गया। स्थानीय लोगों ने ई-रिक्शा के खिलाफ प्रशासन से कार्रवाई की मांग की है।

यह घटना रंगापारा के एक व्यस्त सड़क पर हुई। युवती को तुरंत अस्पताल ले जाया गया, जहां उसका इलाज चल रहा है।

25/06/2025

শোণিতপুৰ জিলাৰ ৰঙাপৰাত ই-ৰিক্সাৰ দৌৰাত্মত অতিষ্ঠ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ।

কৰ্মসংস্থাপন অভাৱত একাংশ যুৱকে ই-ৰিক্সা চলাই জীৱন নিৰ্বাহৰ পথ হিচাপে বাছি লোৱাত চহৰখনত অত্যাধিক হাৰত ই-ৰিক্সা বৃদ্ধি পোৱাত ৰঙাপৰাত অভাৱনীয় যান-জঁটৰ সৃষ্টি হোৱাৰ লগতে ৰাইজক অহা-যোৱা কৰাৰ ক্ষেত্ৰতো অতিষ্ঠ কৰি তুলিছে।

ৰঙাপৰাত এগৰাকী যুৱতী ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে ই-ৰিক্সাৰ খুন্দাত ভাঙিল এগৰাকী যুৱতীৰ সোঁহাত।

ৰঙাপৰা পৰিদৰ্শন বঙলাৰ সমীপত ১ নং নামনিগাঁৱৰ নিৱাসী পূজা ধৰক এখন তীব্ৰবেগী ই-ৰিক্সাই নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড যোৰে খুন্দা মাৰে।

পাছত যুৱতী গৰাকী পথৰ ওপৰত বাগৰি পৰে।

ৰঙাপৰাত দিন দুপৰতে সুৰাপান কৰি একাংশ চালকে ই-ৰিক্সা চলাই থকাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে।

21/06/2025

रंगापारा में मनाया गया अंतर्राष्ट्रीय योग दिवस।

Address


Telephone

+919954382024

Website

Alerts

Be the first to know and let us send you an email when Citizen's news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Citizen's news:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share