Kuldip Choudhury Vlogs

Kuldip Choudhury Vlogs আহিছে যেতিয়া Pageটো followকৰিযাব দেই 🥰
Fr paid collaboration contct👇 [email protected]

12/10/2025
11/10/2025

জুবিন দা অ’💔

10/10/2025

“ঐ নাহৰ বুলি চিয়ৰি কোনো ব’হাগক আদৰিব” জুবিন দা??💔😭

মই কোনোদিন চকুপানী টুকি টুকি একো লিখা বা এনেকৈ গোৱা নাছিলো। কিন্তু,,,,,,,,!!💔💔💔

06/10/2025

কথাতো আপোনালোকে অনুভৱ কৰিছেনে???

আজিকালি চকুহাল সেমেকিয়েই থকা হ’ল । অকল মোৰেই এনেকুৱা হৈছে নে আপোনালোকৰো হৈছে জনাবচোন । আগতে মন যোৱাবোৰ আজিকালি মন নোযোৱা...
05/10/2025

আজিকালি চকুহাল সেমেকিয়েই থকা হ’ল । অকল মোৰেই এনেকুৱা হৈছে নে আপোনালোকৰো হৈছে জনাবচোন । আগতে মন যোৱাবোৰ আজিকালি মন নোযোৱা হ’ল।
শুব পৰা নাই, হাজাৰ বাৰ নিজক প্ৰশ্ন কৰো “জুবিন গাৰ্গকো কোনোবাই হত্যা কৰিব পাৰে????”…..
আমাৰ এতিয়া একোৱেই নাই। আমি আৰু 50 বছৰ পিছুৱাই গ’লো। আৰু জীয়াই থকা দিনকেইতাতো যে আমি মৰি মৰি জীয়াই থাকিব লাগিব সেইতোও খাটাং…..

05/10/2025

জুবিন দা সঁচাকে আৰু নাই নেকি অ’???? মানিয়েই ল’ব পৰা নাই মানে হৈ আছে কি???????? নাপাওঁ নেকি আৰু কোনোদিন??????
বুকুত শূণ্যতা লৈ জীয়াই আছো ঘটনাতো ঘটাৰ পৰা। ফটোখনৰ মুখলৈ চাঁও, নিজকে নিজে সোধো “কি সঁচাকৈ আৰু দেখা নাপাওঁ জুবিন দাক???তেওঁৰ আৰ নতুন গান কেতিয়াওঁ নোলায়??????” মানে আল বাল প্ৰশ্ন পাগলৰ দৰে নিজকেই সুধিছো। উত্তৰত মাথো চকুপানী আৰু চকুপানী। জু-বি-ন দা কো কোনোবাই মাৰিব পাৰে?????? যি জন মানুহে তেজক পানী কৰি আনৰ বাবেই কাম কৰি থাকিলে, আনকেই সকলো বিলাই দিলে সেইজন মানুহকেই!!!!!
নোৱাৰিছো……..

03/10/2025

সহজ হ’ব পৰা নাই এতিয়াওঁ। এইবাৰ পূজা চাবলৈকো ঘৰৰ পৰা ক’তো বাহিৰেই নোলালো। কেনেকে যাওঁ?? ফটোত মালা লগাই থোৱা সেই ছবি চাওঁ কেনেকে???? এতিয়াও মই মানি ল’ব পৰা নাই। মুঠতে এতিয়া একোৱেই “মন নাযায়”।

30/09/2025

সকলো শূণ্য💔

23/09/2025

গম পাইছিল নে আপোনালোকে আগতে?? এতিয়া আমাক ন্যায় লাগে

20/09/2025

ঘূৰাই পোৱাৰ আশাত ঘূৰি ফুৰিছো💔 তেওঁ উভতি আহেই বা কিজানি !🙂

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Kuldip Choudhury Vlogs posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Kuldip Choudhury Vlogs:

Share

Category