Chah Janagusthi Awaz

Chah Janagusthi Awaz "সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ,কন্ঠহীনৰ কন্ঠ,দৰিদ্ৰ আৰু সাধাৰণ শ্ৰেণীৰ মুখৰ মাত বুলি কোৱা হয়।

09/10/2025

#জনজাতিকৰণ হব নে???

08/10/2025

#শ্ৰদ্ধাৰ ৰাইজ অনিবাৰ্য কাৰণ বশত পেজটো চলোৱাত কিছু বিংশগতি দেখা দিছিল কিন্তু সেই বিশংগতি আতৰিল গতিকে এতিয়াৰে পৰা পুনৰ নিয়ামীয়া বাতৰি প্ৰকাশ কৰা হব।

23/02/2025

#ঝুমইৰ বিনন্দিনীৰ ২৩ ফেব্ৰুৱাৰীৰ মুকলি প্ৰদৰ্শন ।

22/02/2025

#ঝুমইৰ বিনন্দিনী,অসম ।

 #ঝুমইৰ বিনন্দিনী...,...।
22/02/2025

#ঝুমইৰ বিনন্দিনী...,...।

04/02/2025

Jhumoir

29/06/2024

#১০ হাজাৰ ঝুমুইৰ নৃত্যৰে বিশ্ব্ভিলেখ সৃষ্টিৰ পৰিকল্পনা অসম চৰকাৰৰ।
#নৱেম্বৰত ১০ হাজাৰ চাহ জনগোষ্ঠীয় শিল্পী সৰুজাই ষ্টেডিয়ামত একেলগে ঝুমুইৰ নৃত্য প্ৰদৰ্শন কৰিব ।

05/05/2024

#বিশ্বনাথৰ বৰগাঙত সদৌ অসম কিষাণ ( কুঁঢ়াৰ )জাতি মহাসভাৰ ২৮ তম প্ৰতিষ্ঠা দিৱস পালন ।

05/05/2024

#বিশ্বনাথৰ বেদেতীত ভুঞা সমাজৰ ২৩ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ সফল সামৰণি ।

09/04/2024

#চাহ জনগোষ্ঠীৰ এটি শিশুৰ কন্ঠই আপোনাকো মুহিত কৰিব।
#শুনক আৰু আনকো শুনাওঁ‌ক।

Address

Gauhati
784182

Telephone

+918638141561

Website

Alerts

Be the first to know and let us send you an email when Chah Janagusthi Awaz posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share