Gulsen Haripal

Gulsen Haripal ◆জয় শ্ৰীৰাম◆
◆সামাজিক মাধ্যম কোষৰ সদস্য শোনিতপুৰ জিলা,প্ৰাক্তন সম্পাদক বৰছলা মণ্ডল সমিতি বিজেপি◆

দিল্লীত বিদায় বুলে...
06/02/2025

দিল্লীত বিদায় বুলে...

সাৱধান
23/01/2025

সাৱধান

11/10/2024

🔴 দুৰ্গাপূজা উপলক্ষে প্ৰাইজমানি ফটো প্ৰতিযোগিতা🔴

➡️ক্ৰমিক নং:- 46
➡️নাম :- Gulsen haripal
➡️ঠিকনা :- Dhekiajuli

আটাইলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

💌 মনোৰঞ্জন তথা লুকাই থকা প্ৰতিভা সমূহ সমাজৰ মাজত দৃষ্টিগোচৰ কৰিবলৈ তলত দিয়া Link👇 https://www.facebook.com/share/6jPw9KLsmkCZztm3/ তথা (Assam Ne News) নামৰ Facebook পেজৰ দ্বাৰা নানান ধৰণৰ প্ৰাইজমানি প্ৰতিযোগিতা আপোনালোকলৈ আগবঢ়াম। 🥰 আমাৰ লগত থাকি প্ৰতিযোগিতা সমূহত ভাগ লবলৈ আমাৰ পেজ টো FOLLOW কৰি ৰাখক।
🙏ধন্যবাদ।।🙏

🔴 ফটো প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ👇

📌 ফটো সমূহ নিজৰ হব লাগিব।
📌প্ৰতিযোগী সকলে (Assam Ne News) নামৰ ফেজবুক পেজ টো Follow কৰাটো বাধ্যতামূলক।
📌 প্ৰতিযোগিতাত লৰা আৰু ছোৱালী সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। (বয়সৰ কোনো সীমা নাই)
📌 প্ৰতিযোগী সকলৰ ফটো সমূহ Assam Ne News নামৰ পেজত উপলব্ধ হব।
📌 প্ৰতিযোগী সকলে বিজয়ী হবলৈ তলত উল্লেখ কৰা POINT তালিকাৰ পৰা POINT অৰ্জন কৰিব লাগিব।👇
👉(1 like = 1 Point)
👉(1 Comment = 2 Point) এজনৰ পৰা এটা Comment হে গণনা কৰা হব।
👉(1 Share = 5 Point)
📌কেৱল মূল পোষ্ট অৰ্থাৎ Assam NE News নামৰ পেজৰ লাইক-কমেন্ট হে গণনা কৰা হ'ব।
📌 Selfie 🤳 ফটো গ্ৰহণ কৰা নহব।
📌 Point তালিকাৰ শীৰ্ষত থকা তিনি গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব ।
🥇প্ৰথম বিজয়ী = 3000 টকা আৰু এখন কিতাপ
🥈দ্বিতীয় বিজয়ী= 2000 টকা আৰু এখন কিতাপ
🥉তৃতীয় বিজয়ী = 1000 টকা আৰু এখন কিতাপ
➡️ বিজয়ী প্ৰতিযোগী সকলক (Online/Offline) বা ডাকৰ জৰিয়তে পুৰস্কৃত কৰা হব।
📌 প্ৰতিযোগী সকলে তেওঁলোকৰ ফটো সমূহ নাম আৰু ঠিকনাৰ সৈতে আমাৰ WhatsApp নম্বৰত পঠাব লাগিব।
➡️আমাৰ WhatsApp No হ'ল👇
📲9613502517
📲8399826957
📲9395378848
📌 আমালৈ ফটো প্ৰেৰণৰ সময়সীমা - (9 অক্টোবৰ 2024 ৰ পৰা 20 অক্টোবৰ 2024 ) নিশা 10 বজালৈকে থাকিব।
প্ৰতিযোগিতাৰ ফলাফল সমূহ 24 অক্টোবৰ দিনা ঘোষণা কৰা হব।

🔇বি:দ্ৰ:- কোনো প্ৰতিযোগীয়ে অসৎ উপায় অৱলম্বন কৰিলে প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হব।

🏆সকলো প্ৰতিযোগীলৈ (Assam Ne News) ৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ।

📝বাৰ্তাটো আপোনাৰ বন্ধু-বান্ধৱী নাইবা আপোনাৰ পৰিয়ালৰ অন্য সদস্যলৈ শ্বেয়াৰ কৰিব পাৰে ।
~ ধন্যবাদ সহকাৰে~
📌Page Admin Assam Ne News

আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি৷ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্...
26/08/2024

আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি৷ এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ।

ভগৱান শ্ৰীবিষ্ণু শ্ৰেষ্ঠ অৱতাৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত শতকোটি নমন পৃথিৱীৰ ত্ৰাণকৰ্তা গৰাকীলৈ ।

অভিনন্দন ভাৰত 🇮🇳
10/06/2024

অভিনন্দন ভাৰত 🇮🇳

 #জয় শ্ৰীৰাম 🚩
08/06/2024

#জয় শ্ৰীৰাম 🚩

12/01/2024

#জয় শ্ৰীৰাম🚩

04/12/2023

কংগ্ৰেছ শাসনত বিশ্বক ক'বলৈ হৈছিল ভাৰত আপোনাৰ বন্ধু ।

মোদীৰ শাসনত বিশ্বই ক'বলৈ ধৰিছে ভাৰত আমাৰ বন্ধু ।
#নমোঃ মোদী

ৰাইজে ভোগী নহয় যোগী বিচাৰে ।নমোঃ মোদী ।
03/12/2023

ৰাইজে ভোগী নহয় যোগী বিচাৰে ।

নমোঃ মোদী ।

02/12/2023

নিশ্বাস হেৰুৱালে দেহৰ মৃত্যু আৰু বিশ্বাস হেৰুৱালে মনৰ মৃত্যু ।

#জয় শ্ৰীৰাম

29/11/2023

যদি আমি কাৰোবাৰ দুখৰ কাৰণ হওঁ তেন্তে আমাৰ এই জীৱন ব্যৰ্থ ।
আৰু যদি কাৰোবাৰ সুখৰ কাৰণ হব পাৰোঁ তেন্তে আমাৰ এই জীৱন সাৰ্থক ।

শৰতকালৰ পূৰ্ণিমা তিথিত জ্যোৎস্না প্লাৱিত ৰাতি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই  #ৰাস মহো...
27/11/2023

শৰতকালৰ পূৰ্ণিমা তিথিত জ্যোৎস্না প্লাৱিত ৰাতি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই #ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়৷ সমূহ অসমবাসীক ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ৷

Address

Tezpur

Telephone

+918134871797

Website

Alerts

Be the first to know and let us send you an email when Gulsen Haripal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gulsen Haripal:

Share