Assam Today 24 Live

Assam Today 24 Live আমি সদায় ন্যায় আৰু সত্যৰ পক্ষত।
নতুন নতুন বাতৰি পাবলৈ Assam Today 24 Live পেজটো follow কৰক।
(1)

T20 WORLD CUP CHAMPIONS! 🏆🏆 The trophy is back home 🇮🇳Congratulations to Team India on lifting the T20 World Cup 2024 af...
29/06/2024

T20 WORLD CUP CHAMPIONS! 🏆🏆 The trophy is back home 🇮🇳

Congratulations to Team India on lifting the T20 World Cup 2024 after 16 years of wait. This win truly justifies the team's excellent campaign throughout the tournament as the undefeated and undisputed champion team.

Indian Cricket Team

দৰং জিলাৰ খাৰুপেটীয়াৰ শ্ৰীয়া আগৰৱাল   ৰ দ্বিতীয় স্থান দখল কৰিছে।
18/01/2024

দৰং জিলাৰ খাৰুপেটীয়াৰ শ্ৰীয়া আগৰৱাল ৰ দ্বিতীয় স্থান দখল কৰিছে।

18/01/2024

ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰছিকা ইছলামে ৰ প্ৰথম স্থান দখল কৰিছে।

03/01/2024

📌উদীয়মান প্ৰতিভা পাৰ্থ প্ৰতীম বৈশ্যৰ যাদুকৰী কণ্ঠত হিন্দী-অসমীয়া গীতৰ MASHUP

সমূহ অসমবাসী ৰাইজলৈ Assam Today 24 Live ৰ তৰফৰ পৰা নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
31/12/2023

সমূহ অসমবাসী ৰাইজলৈ Assam Today 24 Live ৰ তৰফৰ পৰা নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।



28/12/2023

#দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা

#সৰকাৰ চকৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
#ট্ৰাক আৰু i20 বাহনৰ মাজত মুখামুখি সংঘর্ষ।
#সংকটজনক অৱস্থাত i20 বাহন খনৰ গৰাকী আলি আকবৰ।
#লোক জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ।
#ট্ৰাক খনৰ নম্বৰ AS01-AC-8055 আৰু i20 খনৰ নম্বৰ AS 01-FH-2855

24/12/2023

#টীয়কত বাঘৰ আতংক
#টীয়কৰ কাৱৈমাৰী হাতীপাৰাত এটা নাহৰফুটুকী বাঘে আতংকৰ সৃষ্টি কৰিছে।
#জানিব পৰা মতে আজি কিছু দিনৰ পৰা উক্ত অঞ্চলত বাঘটোৱে আতংক চলাই আহিছে।
#আজি সন্ধিয়া গাঁৱৰ একাংশ ৰাইজে প্ৰত্যক্ষ কৰে বাঘটোক।

BIG BREAKING ক্ৰিকেটাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা। বিশ্বকাপত ক্ৰিকেট দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই অৰ্জুন বঁটাৰে সন্ম...
20/12/2023

BIG BREAKING ক্ৰিকেটাৰ মহম্মদ ছামীলৈ অৰ্জুন বঁটা। বিশ্বকাপত ক্ৰিকেট দেখুওৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই অৰ্জুন বঁটাৰে সন্মানিত কৰা হ'ল মহম্মদ ছামীক।

20/12/2023

#মঙ্গলদৈ শান্তিপুৰৰ কাজিৰঙা ফাৰ্ণিচাৰ হাউচত নিশা অগ্নিকাণ্ড।
#অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ বাবে কথমপি ৰক্ষা বহু জনবসতি পূৰ্ণ অঞ্চলটো।

16/12/2023

গুৱাহাটীত উপস্থিত জনপ্ৰিয় কণ্ঠশিল্পী #অৰিজিত_সিং

Arijit Singh

 #ঢেকীয়াজুলি শিশু নিৰ্যাতনৰ অভিযুক্ত দাদুল শৰ্মা গ্ৰেপ্তাৰ।
16/12/2023

#ঢেকীয়াজুলি শিশু নিৰ্যাতনৰ অভিযুক্ত দাদুল শৰ্মা গ্ৰেপ্তাৰ।

14/12/2023

দৰঙৰ #মঙলদৈ আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ২৫টোলা সোনসহ ৪ জনক আটক।

#সোণেৰে ভৰি পৰিল মঙলদৈ আৰক্ষী চকী।

#উদ্ধাৰ হল বৃহৎ পৰিমাণৰ সোণ।
লগতে আটক হল সোন চোৰৰ সৈতে জড়িত চাৰি জন।

Address

Tezpur

Alerts

Be the first to know and let us send you an email when Assam Today 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Today 24 Live:

Share

Category