Nekib Tips Assamese

Nekib Tips Assamese হ্যালো বন্ধু সকল মই আজি আপোনালোকৰ কাৰণে নতুনকৈ পেইজ এটা লৈ আহিছোঁ যাতে আপোনাক কিবা খহাই কৰিব পাৰোঁ

14/10/2025

22/09/2025
22/09/2025

আজি গোটেই অসম সনত কেৱল অসমীয়া আৰু অসমীয়া।আজিৰ অসম খনত কোনো হিন্দু নাই কোনো মুসলিম নাই কোনো বিহাৰী মাৰোৱাৰী কচাৰী বঙালী...
22/09/2025

আজি গোটেই অসম সনত কেৱল অসমীয়া আৰু অসমীয়া।
আজিৰ অসম খনত কোনো হিন্দু নাই কোনো মুসলিম নাই কোনো বিহাৰী মাৰোৱাৰী কচাৰী বঙালী নেপালী ৰাভা মিচিং নাই 😢 আপুনি যেনেকুৱা অসম বনাব বিচাৰি আছিল তেনেকুৱাই অসম আজি.. কিন্তু দুঃখ লগা বিষয় যে আমি এইটো উপহাৰ আপোনাক জীয়াই থকা অৱস্থাত দিব পৰা নাই.।আপুনি যাওঁতে যাওঁতে গোটেই অসম খন অসমীয়া কৰি থৈ গৈছে.. অ জুবিন দা প্লিজ এবাৰ উঠি চাই যাওঁক না 😓

22/09/2025

মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই 😢 😢

22/09/2025

কোন হিন্দু কোন মুসলিম আজি সকলোৰে চকুত পানী সকলোৱে কান্দি আছে কাৰণ আমি আমাৰ দেশৰ এটা সম্পদ হেৰুৱাইছোঁ

শেষবাৰৰ বাবে চাই আছো তোমাক 😢কিয় গুচি গলা তুমি ইমাণ সোণকালে
22/09/2025

শেষবাৰৰ বাবে চাই আছো তোমাক 😢
কিয় গুচি গলা তুমি ইমাণ সোণকালে

08/09/2025

Hey bondu khokol ki khobor apunalukor

Address

Tezpur
Tezpur

Alerts

Be the first to know and let us send you an email when Nekib Tips Assamese posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share