Tihu Live

Tihu Live এক সুস্থ সাংবাদিকতাৰ প্ৰতিশ্ৰুতিৰে

মুক্তাপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰধান শিক্ষকৰ লজ্জ্বাজনক কাণ্ডপৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ ন...
01/04/2022

মুক্তাপুৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান প্ৰধান শিক্ষকৰ লজ্জ্বাজনক কাণ্ড

পৰীক্ষাত উত্তীৰ্ণ কৰি দিয়াৰ প্ৰলোভনেৰে অশ্লীল প্ৰস্তাৱ নিজৰ বিদ্যালয়ৰ ছাত্ৰীক

প্ৰথম বিভাগত উৰ্ত্তীণ কৰোৱাৰ প্ৰলোভনৰে অশ্লীল প্ৰস্তাৱ দিয়াৰ অডিঅ’ ভাইৰেল এতিয়া ছ'চিয়েল মিডিয়াত

অশ্লীল প্ৰস্তাৱ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত পাতিদৰং বিদ্যাপীঠ হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ চন্দ্ৰ ডেকাৰ

জানিব পৰামতে, বাতৰি লিখা পৰলৈকে এজাহাৰ লাভ কৰাৰ পিছতেই আৰক্ষীয়ে ১০৬/২২ নম্বৰত এটা গোচৰ ৰুজু কৰিছে যদিও অভিযুক্তক আটক কৰিব পৰা নাই

উল্লেখ্যযে, প্ৰধান শিক্ষকগৰাকীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত ৩১ মাৰ্চত টায়াৰ জ্বলাই বিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত ক্ষুব্ধ ৰাইজৰ
live


ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা৪৬ টা ভোটেৰে জয়লাভ পবিত্ৰ মাৰ্ঘেৰিটাৰআনহাতে ৪৪ টা ভোটেৰে জয়লাভ ৰণগৌড়া নাৰ্জাৰীৰ  live  ...
01/04/2022

ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল ঘোষণা

৪৬ টা ভোটেৰে জয়লাভ পবিত্ৰ মাৰ্ঘেৰিটাৰ

আনহাতে ৪৪ টা ভোটেৰে জয়লাভ ৰণগৌড়া নাৰ্জাৰীৰ
live

In an operation led by Kamrup Police in Moranjana, Rangia, 40 boxes filled with suspected He**in, have been seized from ...
28/03/2022

In an operation led by Kamrup Police in Moranjana, Rangia, 40 boxes filled with suspected He**in, have been seized from a Bolero (01BN 263)

live

28/03/2022

চেষ্ণুৰীৰ দিশে পেট্ৰ'ল-ডিজেলৰ মূল্য

আজি পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম

বিগত ৭ দিনত ৬ বাৰকৈ বৃদ্ধি হ'ল ইন্ধনজাত সামগ্ৰীৰ মূল্য

গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লত হ'লগৈ ৯৯ টকা
live

27/03/2022
পুনেত দপদপকৈ জ্বলি উঠিল Ola S1 Pro স্কুটাৰপাৰ্কিঙত ৰখাই থওঁতেই এনেকৈ দপদপকৈ জ্বলি উঠিল ইলেক্ট্ৰিক স্কুটাৰখন     live
27/03/2022

পুনেত দপদপকৈ জ্বলি উঠিল Ola S1 Pro স্কুটাৰ

পাৰ্কিঙত ৰখাই থওঁতেই এনেকৈ দপদপকৈ জ্বলি উঠিল ইলেক্ট্ৰিক স্কুটাৰখন
 live

TET ত চাকৰি কৰাতকৈ Reliance ত চাকৰি কৰাটো বেছি ভালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা      live
27/03/2022

TET ত চাকৰি কৰাতকৈ Reliance ত চাকৰি কৰাটো বেছি ভালঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


live

ৰাজামুৰলী পৰিচালিত ছবি RRR ছবিখনে দুটা দিনত উপাৰ্জন কৰিছে ৩৪০কোটিৰো অধিক টকামুক্তিৰ দিনাই ছবিখনে ২৪০-২৬০কোটি টকা উপাৰ্জন...
27/03/2022

ৰাজামুৰলী পৰিচালিত ছবি RRR ছবিখনে দুটা দিনত উপাৰ্জন কৰিছে ৩৪০কোটিৰো অধিক টকা

মুক্তিৰ দিনাই ছবিখনে ২৪০-২৬০কোটি টকা উপাৰ্জন কৰিছিল

ইয়াৰ পিছতে ২৬মাৰ্চত ছবিখনে ১০৫–১১০ কোটি টকাৰ ব্যৱসায় কৰিছে

দ্বিতীয় দিনা ছবিখনৰ হিন্দী সংস্কৰণে ২৬.৫কোটি টকা আৰু তামিল সংস্কৰণে উপাৰ্জন কৰিছে ৩২কোটি টকা


live

বৈদ্যুতিক লাইট বন্ধ ৰখাৰ আহ্বান APDCL ৰআজি নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বৈদ্যুতিক লাইট বন্ধ ৰখাৰ আহ্বান APDCL ৰ'EARTH H...
26/03/2022

বৈদ্যুতিক লাইট বন্ধ ৰখাৰ আহ্বান APDCL ৰ

আজি নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বৈদ্যুতিক লাইট বন্ধ ৰখাৰ আহ্বান APDCL ৰ

'EARTH HOUR' পালনৰ বাবে এই আহ্বান APDCL ৰ

live

25/03/2022

প্ৰতিবাদী টেট শিক্ষক
live

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ যোগী আদিত্য নাথৰদ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ যোগী আদিত্য ...
25/03/2022

মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ যোগী আদিত্য নাথৰ

দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ যোগী আদিত্য নাথৰ
live

BIG BREAKING:পৰ্যটকৰ বাবে তিনিদিনৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান  live
25/03/2022

BIG BREAKING:
পৰ্যটকৰ বাবে তিনিদিনৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

live

Address


Telephone

+916000636450

Website

Alerts

Be the first to know and let us send you an email when Tihu Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Tihu Live:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share