Assam TT News

Assam TT News নিৰ্ভীক আৰু নিৰপেক্ষ খবৰ

17/09/2025

ডুমডুমাৰ ৰূপাইত বিহাৰী যুৱকৰ প্ৰেমত প্ৰতাৰণা হৈ মৃত্যু চাহ বাগিচাৰ যুৱতীৰ ।

I've just reached 45K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏...
16/09/2025

I've just reached 45K followers! Thank you for continuing support. I could never have made it without each one of you. 🙏🤗🎉

14/09/2025

জনজাতিকৰণ আৰু গোলকগঞ্জৰ অমানৱীয় ঘটনাক লৈ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতা নিতুল ৰাজবংশীৰ প্ৰতিক্ৰিয়া।

14/09/2025

সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা সমজিলা সমিতি আৰু কোচ ৰাজবংশী মহিলা পৰিষদৰ পুৰ্ণাংগ সমিতি গঠন।

14/09/2025

অহা ৮ অক্টোবৰত তিনিচুকীয়া জিলাৰ সকলো চাহ বাগিছাৰ কামকাজ বন্ধ থাকিব। ৮ অক্টোবৰ দিনা তিনিচুকীয়াৰ মাজ মজিয়াত জনজাতিকৰণ ,ভুমি পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰিক লৈ এক লাখ লোকে প্ৰতিবাদী সমদল কাৰ্যসুচী গ্ৰহন কৰিব।

14/09/2025

অহা ৮ অক্টোবৰত তিনিচুকীয়া জিলাৰ সকলো চাহ বাগিছাৰ কামকাজ বন্ধ থাকিব। ৮ ডিচেম্বৰ দিনা তিনিচুকীয়াৰ মাজ মজিয়াত জনজাতিকৰণ ,ভুমি পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰিক লৈ এক লাখ লোকে প্ৰতিবাদী সমদল কাৰ্যসুচী গ্ৰহন কৰিব।

14/09/2025

অহা ৮ অক্টোবৰত তিনিচুকীয়া জিলাৰ সকলো চাহ বাগিছাৰ কামকাজ বন্ধ থাকিব। ৮ ডিচেম্বৰ দিনা তিনিচুকীয়াৰ মাজ মজিয়াত জনজাতিকৰণ ,ভুমি পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰিক লৈ এক লাখ লোকে প্ৰতিবাদী সমদল কাৰ্যসুচী গ্ৰহন কৰিব।

13/09/2025

# অহা ৮ অক্টোবৰত তিনিচুকীয়া জিলাৰ সকলো সৰু বৰ চাহ বাগিচা বন্ধ থাকিব ৷

# জনজাতিকৰণ ,ভুমিৰ পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে শ্ৰমিক ৰাইজ আৰু গ্ৰাম্য আদিবাসী লোকক লৈ প্ৰায় একলাখ লোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াব বুলি আটছা আৰু আছা নেতাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

13/09/2025

জনজাতিকৰণ আৰু স্বায়ত্ত্বশাসনৰ দাবীত মাৰ্ঘেৰিটাত টাইপাৰ উত্তাল প্ৰতিবাদ ।

13/09/2025

অৰুণাচল ইটানগৰৰ এজন সাংবাদিকৰ সাহসিকতা চাওক ৷

12/09/2025

মাৰ্ঘেৰিটাৰ নামদাং বাঁহবাৰী গাওঁত আদিবাসীৰ মাটি দুস্কৃতিকাৰীয়ে কাঢ়ি লোৱাৰ ঘটনা ৷

12/09/2025

নিখিল ভাৰত কিষান সভা অসম ৰাজ্যিক সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলীৰ সংবাদমেল ।

Address

Tinsukia
Tinsukia
786181

Alerts

Be the first to know and let us send you an email when Assam TT News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam TT News:

Share