Bordumsa Live 24×7

Bordumsa Live 24×7 ৰাইজৰ বাবে,ৰাইজৰ সেৱাৰ্থে✓ Bordumsa Live
[[ REGISTRATION NO:UDYAM-AS-26-0011925 ]]

19/09/2026
"শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক শূণ্যতা...  পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি।"
19/09/2026

"শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এক শূণ্যতা... পবিত্ৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি।"

19/09/2026

মাধৱপুৰ বৰডুমচাৰ বজাৰ তিনিআলিত ৰাজহুৱাকৈ আয়োজন কৰিছে জুবিন দিৱস......📌 জুবিন গাৰ্গ মহাপ্ৰয়াণৰ আজি ১টা বছৰ সম্পূৰ্ণ হ'ল...
19/09/2026

মাধৱপুৰ বৰডুমচাৰ বজাৰ তিনিআলিত ৰাজহুৱাকৈ আয়োজন কৰিছে জুবিন দিৱস......
📌 জুবিন গাৰ্গ মহাপ্ৰয়াণৰ আজি ১টা বছৰ সম্পূৰ্ণ হ'ল।

 : ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত অসম ৰাইফলছৰ ওচৰত আলফা (স্বাধীন)ৰ সদস্যৰ আত্মসমৰ্পণ।
18/09/2026

: ভাৰত–ম্যানমাৰ সীমান্তৰ পাংচাও পাছত অসম ৰাইফলছৰ ওচৰত আলফা (স্বাধীন)ৰ সদস্যৰ আত্মসমৰ্পণ।

 : জুবিন নোহোৱা কালি এবছৰ সম্পূৰ্ণ হ'ল।
18/09/2026

: জুবিন নোহোৱা কালি এবছৰ সম্পূৰ্ণ হ'ল।

18/09/2026

পেঙেৰীৰ পৰা বিশেষ; স্থানঃ চ্যুকাফা সমন্বয় মঞ্চ, ব্ৰক্ষ্মাজান

18/09/2026

: কালিলৈ বৰডুমচাত ৰাজহুৱা ভাবে অনুষ্ঠিত কৰিব জুবিন দিৱস ।

🚨 নিৰুদ্দেশৰ জাননী | MISSING PERSONনাম: Sintu Sonowalবয়স: ৩৪ বছৰযাত্ৰাৰ পথ: New Tinsukia Junction → Bengaluruশেষবাৰৰ বা...
18/09/2026

🚨 নিৰুদ্দেশৰ জাননী | MISSING PERSON

নাম: Sintu Sonowal
বয়স: ৩৪ বছৰ
যাত্ৰাৰ পথ: New Tinsukia Junction → Bengaluru
শেষবাৰৰ বাবে অৱস্থান: Thiruvallur, Tamil Nadu
শেষ যোগাযোগ: ১৬ ছেপ্টেম্বৰ ২০২৬, পুৱা ১১:৫০ বজাত

উক্ত ব্যক্তিজনৰ সৈতে ১৬ ছেপ্টেম্বৰৰ পুৱা ১১:৫০ বজাৰ পিছৰে পৰা যোগাযোগ স্থাপন হোৱা নাই।

তেওঁৰ কোনো সন্ধান লাভ কৰিলে অনুগ্ৰহ কৰি তলৰ নম্বৰত যোগাযোগ কৰক।

📞 যোগাযোগ: 84535 19733

অনুগ্ৰহ কৰি পোষ্টটো শ্বেয়াৰ কৰি সন্ধানত সহায় কৰক।

18/09/2026

🎉 বৰহোলুং উচ্চ মাধ্যমিক বিদ্যালৰ সোনালী জয়ন্তী

বৰহোলুং উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল ৫০ বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰাৰ উপলক্ষে অহা ডিচেম্বৰ মাহত সোনালী জয়ন্তী উদযাপনৰ আয়োজন কৰা হৈছে।

বিদ্যালয়খনৰ গৌৰৱময় অতীত, বৰ্তমান আৰু ভৱিষ্যৎক একত্ৰিত কৰি অনুষ্ঠিত হ’বলগীয়া এই বিশেষ অনুষ্ঠানক লৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষীৰ মাজত উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

#বৰহোলুংউচ্চমাধ্যমিকবিদ্যালয় #সোনালীজয়ন্তী

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when Bordumsa Live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share