Ram Kurmi

Ram Kurmi জহাৰ৷৷ নমস্কাৰ৷৷ Welcome to Our Page ৷৷
🏚️From Bordubi,Tinsukia
🔷Guwahati since 2022
📚 M.com - Accounting & Finance 🎓
🎂Nov 3
Follow for Regular updates 🙏

🧘‍♀️ International Day of Yoga 2026 🧘‍♂️Today, we observed the International Day of Yoga with great enthusiasm and activ...
21/06/2026

🧘‍♀️ International Day of Yoga 2026 🧘‍♂️

Today, we observed the International Day of Yoga with great enthusiasm and active participation. Students, teachers, and staff members joined together to practice yoga asanas, pranayama, and meditation.

The programme highlighted the importance of yoga in maintaining physical fitness, mental well-being, and a balanced lifestyle. Through this observance, we encouraged everyone to make yoga a part of their daily routine for a healthier and happier life.

Let us embrace yoga as a way of life and work towards a healthier future for all.

07/06/2026

সুপ্ৰভাত সকলোকে 🙏

06/06/2026

নমস্কাৰ বন্ধুসকল! 🙏✨
আশা কৰোঁ আপোনালোক সকলো ভালে-কুশলে আছে।

আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ কণ্ঠৰ সেই সৰ্বকালৰ শ্ৰেষ্ঠ চাহ জনগোষ্ঠীয় গীতটি মনত আছেনে?
"চৌকিদাৰ ডাকিল কাম" (Chokidar Dakilo Kam) গীতটি গীতিকাৰ আৰ‌ সুৰকাৰ মৰমৰ সাজন নায়ক আৰু দুলাল মানকী‌‌ ছাৰৰ কথা আৰু সুৰৰ চাহ বাগিচাৰ সৰল জীৱন আৰু সংস্কৃতিৰ সুবাস থকা এই গীতটি মোৰ অতি প্ৰিয়।
আপোনালোকৰ কাৰ কাৰ এই গীতটি প্ৰিয়, তলত কমেন্ট কৰি জনাওক!❤️



fans Ram Kurmi Ram Kurmi

01/06/2026

Well done Assam Police ❤️
Eitu dinor karone keriabar porai Opekhya kori asilu

এইয়া হৈছে আমাৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Tinsukia Medical College & Hospital) এক অতি লজ্জাজনক দৃশ্য...
29/05/2026

এইয়া হৈছে আমাৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (Tinsukia Medical College & Hospital) এক অতি লজ্জাজনক দৃশ্য।

চিকিৎসালয় এখন ৰাইজৰ স্বাস্থ্য সেৱাৰ বাবে নিৰ্মাণ কৰা হয় আৰু ইয়াক পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু একাংশ কাণ্ডজ্ঞানহীন লোকে তামোল-পাণ, গুটখা বা শিখৰ খাই পিক পেলাই চিকিৎসালয়ৰ দেৱাল আৰু মজিয়াৰ এনে দুৰৱস্থা কৰিছে।
আমাৰ সচেতনতা আৰু নাগৰিকবোধ কেতিয়া আহিব?
চৰকাৰে কোটি কোটি টকা খৰচ কৰি আমাৰ সুবিধাৰ বাবে চিকিৎসালয় নিৰ্মাণ কৰি দিছে, আৰু আমি সেয়া এনেদৰে নষ্ট কৰিছোঁ!
এখন চিকিৎসালয় পৰিষ্কাৰ কৰি ৰখাটো কেৱল চৰকাৰ বা চাফাই কৰ্মীৰ দায়িত্ব নহয়, ই আমাৰ প্ৰতিজন নাগৰিকৰো দায়িত্ব।
এনে কাৰ্যৰ পৰা বিৰত থাকক আৰু আনকো সজাগ কৰক। আহক আমি আমাৰ ৰাজহুৱা সম্পত্তিসমূহ পৰিষ্কাৰ কৰি ৰাখোঁ।


fans Ram Kurmi Ram Kurmi

27/05/2026

Address

Dirial Tea Estate
Duliajan
786601

Website

Alerts

Be the first to know and let us send you an email when Ram Kurmi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ram Kurmi:

Shortcuts

Share