DAILY24

DAILY24 Daily24 is first-of-its-kind fully dedicated digital news media from Assam, leading a revolution in

07/08/2025

আজি আগমনীৰ বেলগুৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
07.08.2025
Thank you for watching DAILY24

07/08/2025

ৰঙিয়াৰ সমীপৰ চেনিমাৰাত উত্তপ্ত পৰিস্থিতি
07.08.2025
Thank you for watching DAILY24

06/08/2025

গৌৰীপুৰ আৰক্ষীৰ সফল অভিযান।
ভুজন পৰিমানৰ ড্ৰাগছ সহ‌ এগৰাকী মহিলা আৰু তিনি জন লোকক আটক।
06.08.2025
Thank you for watching DAILY24

06/08/2025

ডিগবৈ-দুলিয়াজান সংযোগী অইল ইণ্ডিয়া লিমিটেডৰ পথটো নিৰ্মাণৰ প্ৰতিবাদত পথ‌ অৱৰোধ কাৰ্যসূচী
06.08.2025
Thank you for watching DAILY24

06/08/2025

ৰঙিয়াৰ গোপালপুৰত ৰাজধানী থিয়েটাৰৰ টিকত মুকলি।
06.08.2025
Thank you for watching DAILY24

06/08/2025

পৰ্বতঝৰাত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।

আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰাৰ বাসবাৰী HITENDRA NATH MUSAHARY COLLEGE ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত হয়।
06.08.2025
Thank you for watching DAILY24

06/08/2025

গোলকগঞ্জৰ কানুৰি দ্বিতীয় খণ্ড গাঁৱৰ গংগাধৰ নৈপাৰত উত্তেজনা
06.08.2025
Thank you for watching DAILY24

06/08/2025

ৰঙিয়া ব'লবমত যোৱা এজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ৮ জনক গ্ৰেপ্তাৰ ।
06.08.2025
Thank you for watching DAILY24

06/08/2025

:কামৰূপ জিলা পৰিষদৰ সভাপতি পদত অধিষ্ঠিত ৰঙিয়াৰ বিজেপি নেতা নিপন ভূঞা
06.08.2025
Thank you for watching DAILY24

06/08/2025

বজালীৰ ভৱানীপুৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্যই মংগলবাৰে নিশা ভৱানীপুৰ টোল গেটৰ সমীপত কৰায়ক্ত কৰে দুই নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীক
06.08.2025
Thank you for watching DAILY24

05/08/2025

আজি ০৫/০৮/২০২৫ ইং তাৰিখ বঙাইগাঁও পাব্লিক লাইব্ৰেৰীত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ (আক্ৰাছু)ৰ নবগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হয়।
05.08.2025
Thank you for watching DAILY24

05/08/2025

ডিগবৈ-দুলিয়াজান পথৰ সংযোগী ইটাভাটা আৰু টিপাম চাহ বাগিচাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক*
05.08.2025
Thank you for watching DAILY24

Address

Tambulbari

786125

Alerts

Be the first to know and let us send you an email when DAILY24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DAILY24:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share