Rumi vlog

Rumi vlog আহক অলপ কথা পাতো সকলোকে আদৰনি জনাইছো ❤❤❤🙏🙏🙏 #⃣✔️✔️জয় আই অসম✔️✔️
(2)

18/06/2026

#সৰুৰে পৰাই সমাজৰ এনে এটা সুন্দৰ পৰিবেশৰ মাজত চলিব পাই মই বহুত সুখী হৈছোঁ। 🙏🙏🙏

18/06/2026

#আজি লৰাটোৰ কাৰণে এনেদৰে আয়োজন কৰিলো।

 #শুভ আম গছৰ  তলৰ পৰা আম বুটলি খোৱা  শৈশৱকালৰ দিনবোৰ কি যে মধুময় আছিল। শুভপুৱা।
18/06/2026

#শুভ আম গছৰ তলৰ পৰা আম বুটলি খোৱা শৈশৱকালৰ দিনবোৰ কি যে মধুময় আছিল। শুভপুৱা।

 #শুভ পুৱা জনালো বন্ধু বান্ধবিসকল, সকলোৰে  সু স্বাস্থ্যৰ বাবে  কামনা কৰিলোঁ।
17/06/2026

#শুভ পুৱা জনালো বন্ধু বান্ধবিসকল, সকলোৰে সু স্বাস্থ্যৰ বাবে কামনা কৰিলোঁ।

 #একাঁহী  খাই  ৰাতি শুই  থাকো, আজিলৈ আহো।
17/06/2026

#একাঁহী খাই ৰাতি শুই থাকো, আজিলৈ আহো।

 #শুভৰাতি ,লোকেল মাছ আমাৰ  ডুমডুমাত  বহুত পোৱা যায়। আহিব কেতিয়াবা  আমাৰ  ঘৰলৈ।
17/06/2026

#শুভৰাতি ,লোকেল মাছ আমাৰ ডুমডুমাত বহুত পোৱা যায়। আহিব কেতিয়াবা আমাৰ ঘৰলৈ।

 #শুভ সন্ধিয়া  জনালো বন্ধু বান্ধবিসকল, ব্যস্ত জীৱন সুখী জীৱন।
17/06/2026

#শুভ সন্ধিয়া জনালো বন্ধু বান্ধবিসকল, ব্যস্ত জীৱন সুখী জীৱন।

 #শুভ আবেলি জনালো বন্ধু বান্ধবিসকল, কামত ব্যস্ত।
17/06/2026

#শুভ আবেলি জনালো বন্ধু বান্ধবিসকল, কামত ব্যস্ত।

17/06/2026

#আমি আজি আম খাই আছো।

 #শুভদুপৰীয়া ,ওলাই  আহিছোঁ  পাটি আছে।
17/06/2026

#শুভদুপৰীয়া ,ওলাই আহিছোঁ পাটি আছে।

Address

Rupai Milon Tirtha
Tinsukia
ASSAM

Website

Alerts

Be the first to know and let us send you an email when Rumi vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share