Assamese beautiful

Assamese beautiful Hello guys. Welcome to my page
এপাকত সোমাই চাই যাব

19/11/2025

ধন্যবাদ (মামা) মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া।
বিন্দাবনি বস্ত্ৰখনি অসমলৈ আনিবলৈ চেষ্টা কৰিছে

19/11/2025

জেলৰ পৰা ওলাই আহিয়েই উপস্থিত হল নন্দিনী কাশ্যপ

Happy birthday zubeen da।তুমি যতেই আছা ভালে থাকিবা।
18/11/2025

Happy birthday zubeen da।
তুমি যতেই আছা ভালে থাকিবা।

17/11/2025

Happy birthday zubeen da। Miss You।
মোৰ বহুত আশা আছিল। আপোনাৰ কাষত ৰৈ চিঞৰি চিঞৰি কবলৈ জুবিন দা Happy Birthday বুলি। সেৱা মোৰ সপোন হৈ ৰল

14/11/2025

কি বুলি কম। পোনপটীয়াকৈ ৰাইজে মিলি মাৰি পেলোৱাই ভাল হব। জগত সিং বুলি কোৱাটোক।
তেজ গৰম হৈ উঠিছে মোৰ।

ধুনীয়া চৰাই কেইটা যেনেকৈ এটা পিঞ্জৰাত বন্ধী হৈ আছে।। আমি পুৰুষ বোৰো এনেকৈয়ে বন্দী হৈ আছোঁ।। কাৰোবাৰ মৰমত
14/11/2025

ধুনীয়া চৰাই কেইটা যেনেকৈ এটা পিঞ্জৰাত বন্ধী হৈ আছে।। আমি পুৰুষ বোৰো এনেকৈয়ে বন্দী হৈ আছোঁ।। কাৰোবাৰ মৰমত

14/11/2025

মই কিয় অকলে চাম। তইও চা ভাই

14/11/2025

বিহু বলিয়া ছোৱালী জনী

10/11/2025

ভগা ভগা মাতেৰে জুবিন দাৰ গান গাবলৈ চেষ্টা কৰিছে। জুবলী বাই। বৰ কষ্ট অনোভৱ কৰিছোঁ অ জুবিন দা। Miss you জুবিনদা
Justice for Zubeen Garg

26/10/2025

আইতাৰ কথা খিনীয়ে মন চুই গল মোৰ।
Justice Zubeen Garg

26/10/2025

Justice Zubeen Garg ।।

Address

Digboi

Alerts

Be the first to know and let us send you an email when Assamese beautiful posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share